হাগ্ৰামায়াও জিনাহাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox film
| name = =হাগ্ৰামায়ও জিনাহাৰি<br/>Rape in the virgin forest
| image = Rape in the virgin forest film.jpg
| image size = 190px
| alt = হাগ্ৰামায়াও জিনাহাৰিৰ এটা দৃশ্যত অঞ্জলীঅঞ্জলি বসুমতাৰী
| caption = হাগ্ৰামায়াও জিনাহাৰিৰ এটা দৃশ্যত অঞ্জলি বসুমতাৰী
| caption =
| director = [[জাংদাও বডোচা]]
| producer = [[জাংদাও বডোচা]]
| writer =
| screenplay = [[জাংদাও বডোচা]]<br/>কামাখ্যা ব্ৰহ্ম নাৰ্জাৰী<br/>মঙ্গল সিং হাজোৱাৰী<br/>মতিলাল বসুমতাৰী
| story =
| based on =
| narrator =
| starring =
| music = ৰাজেশ্বৰ ব্ৰহ্ম
| choreography =
| cinematography =
| editing = জাংদাও বডোচা
| studio =
| distributor =
| released = {{Film = ১৯৯৬date|1996}}
| runtime = ৭৩ মিনিট
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[বড়ো ভাষা| বড়ো]]
| budget =
| gross =
}}
'''হাগ্ৰামায়াও জিনাহাৰি''' ({{lang-en| Hagramayao Jinahari}}) [[জাংদাও বডোচা]] পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন [[বড়ো ভাষা]]ৰ [[চলচ্চিত্ৰ]]। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে। পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত ছবিখনে শ্ৰেষ্ঠ ছবিৰ ১৯৯৫ৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] লাভ কৰে।<ref name="43nfa">{{cite web | url=http://dff.nic.in/Archive.aspx?ID=6 | title=National Film Awards Archivesː33rd NFA | publisher=Directorate of Film Festivals, Govt. of India | date=1996 | accessdate=18 October 2020 | pages=18, 155}}</ref>
 
==কাহিনীৰ সাৰাংশ==
[[অৰণ্য]]ৰ ওপৰতে নিৰ্ভৰশীল বুদাঙে হাবিৰ পৰা মনেমনে খৰি, কাঠ আনি বাহিৰৰ মানুহক বিক্ৰী কৰে। তেওঁৰ একমাত্ৰ জীয়েক মিথিংগা বিবাহোপযোগ্য হৈছে। তাইক বিয়া দিবলৈ বহু ধনৰ প্ৰয়োজন। সেই ধন গোটাবলৈ তেওঁ বেছিকৈ চৌৰ্যবৃত্তি চলাই গ’ল আৰু এদিন ধৰা পৰি শাস্তিৰ সন্মুখীন হ’ল।
ভৱিষ্যতে আৰু যাতে অধিক শাস্তিৰ সন্মুখীন নহয়, তাৰবাবে তেওঁ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰি দিয়া কৰিলে। এই চোৰাং কাৰবাৰীবোৰে এদিন সুবিধা বুজি মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি যি অত্যাচাৰ চলাইছে, মিথিংগাক কৰা বলাৎকাৰ যেন তাৰেই প্ৰতীক।<ref name="43nfa" />
 
==অভিনয় শিল্পী==
* টিকেন্দ্ৰজিৎ নাৰ্জাৰী (বুদাং)
*অঞ্জলী অঞ্জলি বসুমতাৰী (মিথিংগা)<ref>{{cite web | url=https://www2.bfi.org.uk/films-tv-people/4ce2b8000d2ef | title=HAGRAMAYAO JINAHARI (1996) | publisher=www2.bfi.org.uk | accessdate=19 October 2020}}</ref>
 
==বঁটা==
“এটা জনজাতীয় গোষ্ঠীৰ জীৱন সংগ্ৰাম আৰু ইয়াৰ আঁৰত থকা মূল অপৰাধীৰ স্বৰূপ উন্মোচনৰ যোগেদি বনধ্বংসৰ সমস্যাটোৰ প্ৰভাৱশালী চিত্ৰায়ণ”ৰ বাবে হাগ্ৰামায়ও জিনাহাৰিয়ে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ ৪৩তম [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] (১৯৯৫) লাভ কৰে। এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ৩০,০০০ টকাকৈ আগবঢ়োৱা হৈছিল।<ref name="43nfa" />
 
==তথ্য উৎস==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
*{{IMDb title|0305623}}
 
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি]]