জয়ন্ত মাধৱ বৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{about|অসমীয়া ঔপন্যাসিক তথা গল্পকাৰজন|অসমৰ অৰ্থনীতিবিদজন|জয়ন্ত মাধৱ}}
{{infobox writer
| name = জয়ন্ত মাধৱ বৰা
| image =
| birth_date = ১৮ আগষ্ট, ১৯৭০
| imagesize = 200px
| birth_place = [[দেৰগাঁও]], [[গোলাঘাট জিলা]]
| alt =
| caption death_date =
| pseudonym =
| birth_name =
| birth_date = ১৮ আগষ্ট, ১৯৭০
| birth_place = [[দেৰগাঁও]], [[গোলাঘাট জিলা]]
| death_date =
| residence = পাঞ্জাবাৰী, [[গুৱাহাটী]]
| death_place =
| occupation = সাহিত্যিক, চৰকাৰী কৰ্মচাৰী
| resting_place =
| language = [[অসমীয়া]]
| occupation = সাহিত্যিক, চৰকাৰী কৰ্মচাৰী
| nationality = {{flag|ভাৰত}}
| language = [[অসমীয়া]]
| citizenship = [[ভাৰতীয়]]
| nationality = {{flag|ভাৰত}}
| ethnicity education =
| alma_mater = [[যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|যোৰহাট বিজ্ঞান মহাবিদ্যালয়]]<br>[[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]
| citizenship = [[ভাৰতীয়]]
| notableworks = মৰিয়াহোলা
| education =
| awards =[[সাহিত্য অকাডেমি বঁটা]], ২০১৭<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp#ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=জুলাই ২৪, ২০১৯}}</ref>
| alma_mater = [[যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|যোৰহাট বিজ্ঞান মহাবিদ্যালয়]]<br>[[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]
| period =
| genre =
| subject =
| movement =
| notableworks = মৰিয়াহোলা
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =[[সাহিত্য অকাডেমি বঁটা]], ২০১৭<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp#ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=জুলাই ২৪, ২০১৯}}</ref>
| signature =
| signature_alt =
| website =
}}
'''জয়ন্ত মাধৱ বৰা''' [[অসম]]ৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্রচিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত। তেওঁ ''জাকৈয়া ছোৱালী'' নামৰ গল্প সংকলনৰ বাবে [[অসম সাহিত্য সভা]]ৰ [[অম্বিকাগিৰি ৰায়চৌধুৰী]] বঁটা পাইছিল৷পাইছিল।
''মৰিয়াহোলা'' নামৰ উপন্যাসৰ বাবে তেওঁ ২০১৭ চনত সন্মানীয় [[অসমীয়া ভাষা]]ৰ [[সাহিত্য অকাডেমি বঁটা]] লাভ কৰে।
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৯৭০ চনৰ ১৮ আগষ্ট তাৰিখে [[গোলাঘাট জিলা]]ৰ [[দেৰগাঁও|দেৰগাঁৱত]] জয়ন্ত মাধৱ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম দুৰ্গাধৰ বৰা আৰু মাতৃ পুতু বৰা৷বৰা। তেওঁ [[দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়]]ৰ পৰা প্ৰাক্ স্নাতক ডিগ্ৰী আৰু [[যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|যোৰহাট বিজ্ঞান মহাবিদ্যালয়]]ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে৷কৰে। তাৰপিছত তেওঁ [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷কৰে। তাৰোপৰিতদুপৰি তেওঁ তেজপুৰ শিক্ষা মহাবিদ্যালয়ৰ পৰা বি.এড্ ডিগ্ৰীও লাভ কৰে৷কৰে। বৰ্তমান তেওঁ অসম সচিবালয়ৰ শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু [[গুৱাহাটী]]ৰ পাঞ্জাবাৰীৰ বাসিন্দা৷বাসিন্দা।
 
==সাহিত্যক কৰ্মৰাজি==
তেওঁ বৰ্তমান সময়লৈকে ৮ খন৮খন গল্প সংকলন, ১৩ খন১৩খন উপন্যাস, ৫ খন৫খন অনুবাদ, ৪ খন৪খন শিশু সাহিত্য, দূৰদৰ্শন আৰু অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা বহুতো নাটকৰ চিত্ৰনাট্য, চলচ্চিত্রৰচলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো গৱেষণা পত্ৰ পাঠ কৰিছে৷কৰিছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল :
* মৰিয়াহোলা<ref>{{Cite web|url=http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp|title=..:: SAHITYA : Akademi Awards ::..|website=sahitya-akademi.gov.in|access-date=2018-10-08}}</ref>
* জাকৈয়া ছোৱালী
Line 52 ⟶ 33:
* সুমনাৰ কাৰণে অকণমান সময়
* আজান-ফকীৰ
* নামত মাজুলী কহয় সৱে
* দেও লগা সময়
* দেওধনি
* লক্ষ্মীনাথ
Line 59 ⟶ 40:
* এবাকছ জীৱনী
* লহৰে লহৰে কঁপে মনৰ যমুনা, ইত্যাদি
 
[[চিত্|thumb|[[হীৰেন ভট্টাচাৰ্য]]ৰ সৈতে জয়ন্ত মাধৱ বৰা।]]
 
===মৰিয়াহোলা===
মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুছলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰ মতে [[ধনশিৰি নদী|ধনশিৰি]] উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুচলমানমুছলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণ কাৰ্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। আৰু বোকা জমা কৰা ঠাইখনৰ নাম [[বোকাখাত]] হ'ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাস খনৰ কাহিনী আগ বাঢ়িছে।
মৰিয়াহোলা জয়ন্ত মাধৱ বৰাৰ শ্ৰেষ্ঠ কীৰ্তি।
মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুছলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰ মতে [[ধনশিৰি নদী|ধনশিৰি]] উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুচলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণ কাৰ্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। আৰু বোকা জমা কৰা ঠাইখনৰ নাম [[বোকাখাত]] হ'ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাস খনৰ কাহিনী আগ বাঢ়িছে।
 
==বঁটা আৰু সন্মান==
* মৰিয়াহোলা উপন্যাসৰ বাবে [[অসমীয়া ভাষা]]ৰ [[সাহিত্য অকাডেমি বঁটা]], ২০১৭<ref>{{Cite news|url=https://nenow.in/literature/sahitya-akademi-award-for-four-northeast-writers.html|title=Sahitya Akademi award for four Northeast writers|date=2017-12-21|work=NORTHEAST NOW|access-date=2018-10-08|language=en-US}}</ref>
* জাকৈয়া ছোৱালী গল্প সংকলনৰ বাবে [[অসম সাহিত্য সভা]]ৰ [[অম্বিকাগিৰি ৰায়চৌধুৰী]] বঁটা
 
==তথ্য উৎস==
{{reflist}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]