অৰুণাচল কমলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox geographical indication
| name = অৰুণাচল কমলা
| color =
| logo =
| image =
| image_size =
| alt =
| caption =
| description = টেঙা-মিঠা সোৱাদৰ ৰসাল কমলা
| type = ফল
| area = [[অৰুণাচল প্ৰদেশ]]
| country = [[ভাৰত]]
| official_website = {{url| }}
}}
'''অৰুণাচল কমলা''' বা '''ৱাক্ৰ’ কমলা''' হৈছে [[ভাৰত]]ৰ উত্তৰ-পূৰ্বাঞ্চলৰ [[অৰুণাচল প্ৰদেশ]]ত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ [[কমলা টেঙা]]। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ [[ভৌগোলিক স্বীকৃতি]] পঞ্জীয়নৰ কাৰ্যালয়ে<ref name="GIR">{{cite web | url=http://ipindiaservices.gov.in/GirPublic/Application/Details/375 | title=Arunachal Orange | publisher=Geographical Indication Registry | date=March 23, 2015 | accessdate=April 11, 2020}}</ref> অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।<ref name="BL">{{cite news | url=https://www.thehindubusinessline.com/economy/agri-business/arunachal-wakro-orange-gets-gi-registration/article7231888.ece# | title=Arunachal Wakro orange gets GI registration | work=Business Line | date=May 21, 2015 | agency=The Hindu | accessdate=April 11, 2020}}</ref> উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপনণ নিগম লিমিটেডে ভৌগোলিক স্বীকৃতি পঞ্জীয়কৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি এই কমলাবিধৰ বিশেষত্ব হৈছে ইয়াৰ টেঙা-মিঠা সোৱাদ আৰু ৰসৰ প্ৰাচুৰ্য। অৰুণাচল প্ৰদেশৰ মুঠ টেঙাজাতীয় ফল উৎপাদনৰ ৯০%-ই হৈছে অৰুণাচল কমলা।<ref name="GIR" />
 
অৰুণাচল কমলাৰ গছসমূহ গুল্মজাতীয় আৰু ই প্ৰায় ৩-ৰ পৰা ৬ মিঃ পৰ্যন্ত ওখ হয়। এজোপা পূৰঠ গছত বছৰি গড়ে ২০০-ৰ পৰা ৩০০-টালৈকে ফল লাগে। ইয়াৰ বাকলিৰ ঘনত্ব মজলীয়া আৰু পকিলে টেঙাসমূহৰ বৰণ সুমথিৰা হৈ পৰে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফলসমূহ গছৰ পৰা ছিঙি অনা হয়।<ref name="GIR" />
 
===বৈশিষ্ট্যসমূহ===
বৃদ্ধি, গঠনমূলক-ৰসায়নিকৰাসায়নিক বৈশিষ্ট্য আৰু সোৱাদৰ ফালৰ পৰা অৰুণাচল কমলা আন কমলা টেঙাসমূহতকৈ ভিন্ন হয়। ইয়াৰ বিশেষত্বসমূহ এনেধৰণৰ:<ref name="GIR" />:-
 
* অৰুণাচল কমলাৰ বাকলি আন কমলাৰ দৰে আটিল নহয় বাবে গুচাবলৈ সহজ।
Line 26 ⟶ 25:
* এই কমলাসমূহ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয় আৰু ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়।
 
=== গঠনমূলক-ৰসায়নিকৰাসায়নিক বৈশিষ্ট্য===
 
 
{| class="wikitable"
|+ পূৰ্ণাংগ ফল একোটাৰ গঠনমূলক-ৰসায়নিকৰাসায়নিক বৈশিষ্ট্য<ref name="GIR" />:-
! ভিত্তি/উপাদান !! পৰিমাণ
|-
| গড় ওজন (গ্ৰাম) || ১৪২
|-
| গড় আকাৰ (মিঃমিঃ) || ৬৫
|-
| একোটা ফলত থকা ৰসৰ গড় পৰিমাণ (গ্ৰাম) || ৬৪.৪৯
|-
| একোটা ফলৰ ওজনৰ অনুপাতে (w/w) ৰসৰ পৰিমাণ (%) || ৪৬.৫৩
|-
| বাকলিৰ ঘনত্ব (মিঃমিঃ) || ২.৪১
|-
| মুঠ দ্ৰৱীভূত উপাদানৰ পৰিমাণ (টিএছএছ) (%) (w/w) ||১০.৭
|-
|এচিডিটি (এনহাইড্ৰেছ চাইট্ৰিক এচিডৰ ৰূপত) (%) (w/w) ||০.১৮
|-
|এস্ক’ৰ্বিক এচিড (মিঃগ্ৰাঃ/১০০ মিঃলিঃ ৰস) || ২৫
২৫
|}
 
===তথ্য সংগ্ৰহ===
<references />
{{ভৌগোলিক স্বীকৃতি}}