পদ্মশ্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
9 নং শাৰী:
| total = 2420
| awardedby = ভাৰত চৰকাৰ
| cashaward =
| description =
| previousnames =
| obverse =
| reverse =
| ribbon =
| firstawardees =
| lastawardees =
| precededby = [[পদ্মভূষণ]]
| followedby = ''<নাই>''
}}
'''পদ্মশ্ৰী ''' [[ভাৰত|ভাৰতৰ]] [[ভাৰত চৰকাৰ|চৰকাৰে]] প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। [[শিল্পকলা]], [[শিক্ষা]], [[বাণিজ্য]], [[সাহিত্য]], [[বিজ্ঞান]], [[ক্ৰীড়া]], [[সমাজ সেৱা]] আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
 
 
'''পদ্মশ্ৰী ''' [[ভাৰত|ভাৰতৰ]] [[ভাৰত চৰকাৰ|চৰকাৰে]] প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। [[শিল্পকলা]], [[শিক্ষা]], [[বাণিজ্য]], [[সাহিত্য]], [[বিজ্ঞান]], [[ক্ৰীড়া]], [[সমাজ সেৱা]] আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
 
==বঁটাৰ গঠন==
ইয়াৰ স্মাৰকটোও [[পদ্ম বিভূষণপদ্মবিভূষণ]] আৰু [[পদ্মভূষণ]] থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ [[পদুম]] ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে [[ৰাষ্ট্ৰীয় প্ৰতীক]]টো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
 
২০১৩ চনলৈকে মুঠ ২৫৭৭ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।<ref>{{cite web|title=Padma Shri Awardees|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padmashri_awards_list1.php|accessdate=2009-06-28}}</ref><ref>{{cite press release |title=This Year's Padma Awards announced |url=http://www.pib.nic.in/release/release.asp?relid=57307 |publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]] |date=25 January 2010 |accessdate=25 January 2010}}</ref><ref>[http://ibnlive.in.com/news/full-list-2012-padma-awards/224135-53.html ibnlive.in.com], full list of 2012 awardees</ref><ref>{{cite web|last=press|first=release|title=2013 Padma Awards announced|url=http://www.mha.nic.in/pdfs/Padma(E)2013.pdf|publisher=Ministry of Home Affairs (India)|accessdate=26 January 2013}}</ref>
Line 37 ⟶ 35:
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)]]
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)]]
 
 
== তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/পদ্মশ্ৰী"ৰ পৰা অনা হৈছে