ভাৰত ত্যাগ আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:QUITIN2.JPG|thumb|right|ভাৰত ত্যাগ আন্দোলনৰ এটা প্ৰতিবাদী সমদলৰ দৃশ্য]]
 
'''ভাৰত ত্যাগ আন্দোলন''' (কেইবাটাও ভাৰতীয় ভাষালৈ এৰি যোৱা ভাৰত আন্দোলন হিচাপে অনূদিত), যাক আগষ্ট আন্দোলন বুলিও কোৱা হয়, ভাৰতত বৃটিছব্ৰিটিছ শাসন সমাপ্ত কৰাৰ দাবীত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল-ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিবেশনত আৰম্ভ কৰা এক আন্দোলন আছিল।<ref>{{cite web|url=http://www.open.ac.uk/researchprojects/makingbritain/content/1942-quit-india-movement|title=1942 Quit India Movement – Making Britain|website=www.open.ac.uk|accessdate=১ অক্টোবৰ ২০২০|url-status=dead|archiveurl=https://web.archive.org/web/20180623193852/http://www.open.ac.uk/researchprojects/makingbritain/content/1942-quit-india-movement|archivedate=23 June 2018}}</ref>
 
বৃট্ৰিছ যুদ্ধৰ বাবে ভাৰতীয় সমৰ্থন আদায় কৰাত ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত, [[মহাত্মা গান্ধী]]য়ে ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইৰ গোৱানিয়া টেংক মৈদানত প্ৰদান কৰা তেওঁৰ ভাৰত ত্যাগ ভাষণত “কৰিম কিম্বা মৰিম”ৰ বাবে আহ্লাদ কৰে।<ref>{{Citation|last=Ramesh Mishra R.C.Mishra|title=Quit India Movement 09 August, 1942|date=1 October 2017|url=https://www.youtube.com/watch?v=rvS50znGanE|access-date=1 September 2018}}</ref> গান্ধীয়ে কোৱা ভাৰতৰ পৰা "ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ"ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰে। যুদ্ধ চলি থকা স্বত্তেও বৃট্ৰিছে এই প্ৰতিবাদ ৰোধ কৰিবলৈ সাজু হৈছিল। গান্ধীৰ ভাষণৰ এত ঘণ্টাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰায় সমগ্ৰ নেতৃত্বক কোনো প্ৰমাণ অবিহনে কাৰাৰূদ্ধ কৰা হৈছিল। প্ৰতিবাদকাৰীৰ বেছিভাগেই কাৰাগাৰত আৰু জনসাধাৰণৰ সংস্পৰ্শৰ বাহিৰত আছিল। ব্ৰিটিছসকললৈ ভাইচৰয় কাউন্সিল (যাৰ সংখ্যাগৰিষ্ট ভাৰতীয় আছিল), অল ইণ্ডিয়া মুছলিম লীগ, দ্য প্ৰিন্সেলী ষ্টেট, ইণ্ডিয়ান ইপিৰিয়েল পুলিচ, ব্ৰিটিছ ভাৰতীয় সেনা, হিন্দু মহাসভা আৰু ভাৰতীয় অসামৰিক সেৱাৰ সমৰ্থন আছিল। যুদ্ধকালীন ব্যয়ৰ পৰা লাভ অৰ্জন কৰা বহু ভাৰতীয় ব্যৱসায়ীয়ে ভাৰত ত্যাগ আন্দোলনক সমৰ্থন কৰা নাছিল। বহু শিক্ষাৰ্থীয়ে অক্ষ শক্তিক (Axis Powers) সমৰ্থন কৰা [[সুভাষ চন্দ্ৰ বসু]]ৰ প্ৰতি অধিক মনোযোগ দিছিল। একমাত্ৰ বাহিৰৰ সমৰ্থন আমেৰিকাৰ পৰা আহিছিল, যিহেতু ৰাষ্ট্ৰপতি স্ক্ৰেঙ্কলিন ডি ৰুজভেল্টে প্ৰধান মন্ত্ৰী উইনষ্টন চাৰ্চিলক কিছুমান ভাৰতীয় দাবী পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ভাৰত ত্যাগ অভিযান কাৰ্যকৰীভাৱে ধ্বংশ কৰি পেলোৱা হৈছিল। ব্ৰিটিছে তৎক্ষণাৎ স্বাধীনতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কৈছিল যে যুদ্ধ শেষ হোৱাৰ পিছতহে এয়া সম্ভৱ হ'ব পাৰে।