ৰাধানাথ ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{BLP sources}}
{{Infobox writer
| name = ৰাধানাথ ফুকন
| image = Radhanath Phukan.png
| image size = 200px
| birth_date = ২০ চেপ্তেম্বৰ, ১৮৭৮
| birth_place = [[যোৰহাট]], [[অসম]]
| death_date = ২৩ জুন, ১৯৬৪
| death_palce =
| period = ১৮৪৯ ৰ পৰা ১৯৬৪
| occupation = সংস্কৃত পণ্ডিত, দাৰ্শনিক , সাহিত্যিক
| nationality = [[ভাৰত|ভাৰতীয়]]
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education = স্নাতকোত্তৰ
| notableworks = সাংখ্য দৰ্শন<br>বেদান্ত দৰ্শণ<br>The Theory of Rebirth <br/>
| spouse = চন্দ্ৰপ্ৰভা দেৱী
}}
 
'''ৰাধানাথ ফুকন''' ({{lang-en|Radhanath Phukan}}) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী<ref>{{cite web | title=জ্ঞানৰ সাধক প্ৰফেছৰ জ্যোতিপ্ৰসাদ মেধি | publisher=বাৰ ওঠৰ | date=ছেপ্তেম্বৰ ২০১৪ | accessdate=27 জানুৱাৰী 2015 | author=ড° দিলীপ শৰ্মা | pages=৪৫-৪৬}}</ref> লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শণ বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। বৃটিছৰব্ৰিটিছৰ আমোলত ৰায়বাহাদুৰ খিতাপ লাভ কৰা ফুকন ডাঙৰীয়াই শিক্ষা আৰু কৰ্ম জীৱনত ব্যুৎপত্তিৰ পৰিছয় দিছিল। বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখৈতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শণৰ মূল তত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষন কৰা দেখা পোৱা যায়।<ref name = rnp> বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ, ২০১২</ref>
 
==বাল্যকাল আৰু শিক্ষা জীৱন==
24 নং শাৰী:
 
==কৰ্ম জীৱন==
বি. এল ডিগ্ৰী লাভ কৰাৰ পাছত ফুকনে পোন প্ৰথমে যোৰহাটত ওকালতি কৰে। ১৯০৩ চনত তেও প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত হয় আৰু গুৱাহাটীত ই. এ. চি. হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে বৃটিছব্ৰিটিছ চৰকাৰে তেওক ৰায়বাহাদুৰ উপাধিও প্ৰদান কৰে। তেজপুৰ, হবিবগঞ্জ, চুমানগঞ্জ আদি বিভিন্ন ঠাইত কাৰ্য্যনিৰ্বাহ কৰি তেখেতে কেইবাটাও পদোন্নতি লাভ কৰে, প্ৰথমে জিলা ন্যয়াধীশ আৰু শেষত ছেছন জাজ হিচাপে তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছতো তেখেতে পুণৰ ওকালতি আৰম্ভ কৰে। তদুপৰি তেখেতে বাহনি নামৰ এখন চাহবাগিছা ক্ৰয় কৰি ব্যৱসায়তো মনোনিবেশ কৰে।
এই কালছোৱাত তেখেতে সমান্তৰাল ভাৱে সাহিত্য চৰ্চা ৰাখিছিল।
 
31 নং শাৰী:
 
==সাহিত্যকৃতি==
ফুকন ডাঙৰীয়াৰ সংস্কৃত ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি আছিল, তেঁও নিজে সংস্কৃতত সাহিত্য চৰ্চা কৰা নাছিল যদিও, সংস্কৃতত থকা দৰ্শন শাস্ত্ৰসমূহ তেঁও ইংৰাজী আৰু অসমীয়ালৈ অনুবাদ তথা বাখ্যা কৰিছিল। তেখেতৰ ৰচনাত কেইটামান বিশেষত্ব দেখা পোৱা যায়
# আধুনিক বিজ্ঞানৰ সূত্ৰসমূহৰ সৈতে ভাৰতীয় দৰ্শনৰ তুলনা
#বিভিন্ন ভাৰতীয় দৰ্শন সমূহৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্ৰয়াস
#শংকৰদেৱৰ দৰ্শনৰ প্ৰতি গভীৰ শ্ৰদ্ধা <ref name =rnp/>
=== ৰচিত গ্ৰন্থ===
# সাংখ্য দৰ্শন
#বেদান্ত দৰ্শন
48 নং শাৰী:
 
==সন্মান==
#১৯১৪ চনত বৃটিছব্ৰিটিছ চৰকাৰৰ দ্বাৰা ৰায়বাহাদুৰ খিতাপ
#১৯৫৭ চনত [[নলবাৰী]]ৰ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বাৰা বেদান্ত বাচস্পতি উপাধি
# ১৯৬৪ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা ডি লিট সন্মান