টাবু টাইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎টাবু টাইড: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
23 নং শাৰী:
টাবু টাইডে 'তামনচুক প্ৰাথমিক বিদ্যালয়'ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ 'উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়'ত শিক্ষাগ্ৰহণ কৰে।<ref name=aa1911 /> হাইস্কুলৰ শিক্ষা সাং কৰি টাবু টাইড উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ যায়। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত [[ৰামকৃষ্ণ মিচন আশ্ৰম]]ৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়। ১৯৬৩ চনত তেখেতে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত এবছৰতকৈয়ো অধিকঁকাল শিক্ষকতা কৰি টকা-পইচা গোটাই ১৯৬৪ চনত [[দিল্লী বিশ্ববিদ্যালয়]]ৰ অধীনস্থ [[হিন্দু মহাবিদ্যালয়]]ত নাম ভৰ্তি কৰে। ১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
 
স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইডে [[গুৱাহাটী]]ৰ [[কটন মহাবিদ্যালয়]]ত প্ৰবক্তাৰ চাকৰিত সোমায়।<ref>[http://www.cottoncollege.org.in/index_page.asp?slno=28 List of former faculty members, Website of Cotton College, আহৰণ কৰা তাৰিখঃ ২৮-০৩-২০১২]</ref> কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে। ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ 'ইউনিভাৰচিটি অৱ ৰিডিঙ'ৰ (১৯৭৩-৭৪) পৰা [[প্ৰায়োগিক ভাষাতত্ত্ব]]ত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়। তদুপৰি তেখেতে বৃটিচব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত 'ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন'ৰ পৰা দূৰৱৰ্তী শিক্ষা (distance education) বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে।
 
১৯৭০ চনত টাবু টাইড [[কেন্দ্ৰীয় লোকসেৱা আয়োগ]]ৰ (UPSC) দ্বাৰা অনুষ্ঠিত [[সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা]]ত [[ভাৰতীয় প্ৰশাসনীয় সেৱা]] আৰু [[ভাৰতীয় বনসেৱা]]ৰ বাবে বাছনিভূক্ত হয়। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় যুৱক। কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি তেখেতে সেই পদবী নাপালে।
"https://as.wikipedia.org/wiki/টাবু_টাইড"ৰ পৰা অনা হৈছে