দুবৰি বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{taxobox
{{speciesbox
|name = দূবৰি বন<br>''Cynodon dactylon''
|image = Cynodon dactylon 2.jpg
|regnum = [[Plantae]]
|genus = Cynodon
|unranked_divisio = [[Angiosperms]]
|species = dactylon
|unranked_ordo = [[Commelinids]]
|authority = ([[Carl Linnaeus|L.]]) [[Christian Hendrik Persoon|Pers.]]
|ordo = [[Poales]]
|familia = [[Poaceae]]
|genus = ''[[Cynodon]]''
|species = '''''C. dactylon'''''
|binomial = ''Cynodon dactylon''
|authoritybinomial_authority = ([[CarlCarolus Linnaeus|L.]]) [[Christian Hendrik Persoon|Pers.]]
|synonyms =
{{Collapsible list |
{{Plainlist | style = margin-left: 1em; text-indent: -1em; |
*''Agrostis bermudiana'' {{Au|Tussac. ex Kunth}} nom. inval.
*''Agrostis filiformis'' {{Au|J.Koenig ex Kunth}} nom. inval.
Line 71 ⟶ 77:
*''Vilfa linearis'' {{Au|(Retz.) P.Beauv.}}
*''Vilfa stellata'' {{Au|(Willd.) P.Beauv.}}
}}
}}
|synonyms_ref =<ref>{{cite web|url=http://www.theplantlist.org/tpl/record/kew-406339|title=The Plant List: A Working List of All Plant Species}}</ref>
|}}
'''দূবৰি বন''' (বৈজ্ঞানিক নাম: '''''{{Lang|en|Cynodon dactylon}}''''')<ref>{{cite web|url=http://www.tropicos.org/Name/100389014?tab=acceptednames|website=Tropicos.org|publisher=Missouri Botanical Garden|accessdate=5 December 2015|title=Vilfa stellata (Willd.) P. Beauv}}</ref> এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দূবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দূবৰি বন ব্যৱহাৰ কৰা হয়। [[আফ্ৰিকা]] মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।<ref>{{cite web |url= https://www.cabi.org/isc/datasheet/17463 |title= CABI Invasive Species Compendium}}</ref> [[আয়ুৰ্বেদ]]ত দূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দূবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দূবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়। কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।
 
'''দূবৰি বন''' (বৈজ্ঞানিক নাম: '''''Cynodon dactylon'''''<ref>{{cite web|url=http://www.tropicos.org/Name/100389014?tab=acceptednames|website=Tropicos.org|publisher=Missouri Botanical Garden|accessdate=5 December 2015|title=Vilfa stellata (Willd.) P. Beauv}}</ref> এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দূবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দূবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।<ref>{{cite web |url= https://www.cabi.org/isc/datasheet/17463 |title= CABI Invasive Species Compendium}}</ref> [[আয়ুৰ্বেদ]]ত দূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দূবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দূবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়।
 
কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।
==বৰ্ণনা==
দূবৰিৰ পাত সেউজীয়া ৰঙৰ আৰু গুৰিৰ প্ৰায় ২-১৫ ছেঃমিঃ দীঘল হয়। ইয়াৰ বুঢ়া পাতবোৰ অলপ খহটা।<ref name="bidgeebush">{{cite book |url=https://books.google.com/books?id=6J1VAQAACAAJ|title=Bidgee bush: an identification guide to common native plant species of the south western slopes of New South Wales |last=Walker |first=Karen |last2=Burrows|first2= Geoff|last3= McMahon|first3= Lynne |year=2001 |publisher=Greening Australia |location=Yarralumla, Australian Capital Territory |isbn=978-1-875345-61-8 |page=82 |accessdate=21 March 2010}}</ref> ইয়াৰ থিয় ঠাৰিডাল অলপ চেপেটা আৰু ১-৩০ ছেঃমিঃ ওখ হয়। গুটিবোৰ সৰু যদিও গা-গছৰ ধাৱকেৰে বংশবৃদ্ধি বেছিকৈ হয়।
 
ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।
 
ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।
==ব্যৱহাৰ==
===সংস্কৃতিক ব্যৱহাৰ===
ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্ৰতীক হিচাপে দূবৰি বনক গণ্য কৰা হয়। পূজা-পাৰ্বনত শান্তিজল ছটিয়াবলৈ দূবৰি বন ব্যৱহাৰ কৰা হয়। পূজাত দেৱ-দেৱীলৈ দূবৰি আগবঢ়োৱা হয়। বিবাহ অনুষ্ঠানত দূবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। বিভিন্ন গীত, কবিতা আৰু সাহিত্যত দূবৰিৰ উল্লেখ পোৱা যায়।
 
===ঔষধি গুণ===
আয়ুৰ্বেদত দূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। দূবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দূবৰি বনৰ ৰস ঔষধ। আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দূবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দূবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। চুলি সৰা ৰোগটো দূবৰি ব্যৱহাৰ কৰা হয়। পায়োৰিয়া ৰোগত দূবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।
 
===সৌন্দৰ্য বৰ্ধন===
উদ্যানৰ ঘাঁহ হিচাপে দূবৰি বন ব্যৱহাৰ কৰা হয়। নিয়ৰত তিতা কোমল দূবৰি বনৰ ওপৰত খোজ কাঢ়িবলৈ ভাল।
 
[[চিত্ৰ:Cynodon dactylon 2.jpg|right|thumb|300px|দূবৰি বন]]
==অন্যান্য নাম==
* [[হিন্দী ভাষা]]: দূব, দূবড়া
* [[সংস্কৃত ভাষা]]: দুৰ্বা, সহস্ৰবীৰ্য, অনন্ত, ভাৰ্গৱী, শতপৰ্বা, শতবল্লী
* [[মাৰাঠী ভাষা]]: দূৰ্বা
* [[গুজৰাটী ভাষা]]: ধলাধ্ৰু
* [[বাংলাবঙালী ভাষা]]: দূৰ্বা
 
==তথ্য উৎস==
{{reflist}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Cynodon dactylon|দূবৰি বন}}
* [http://www.fao.org/ag/AGP/AGPC/doc/GBASE/DATA/PF000208.HTM FAO.org তথ্যপৃষ্ঠা: ''Cynodon dactylon'']
 
[[শ্ৰেণী:তৃণ]]
"https://as.wikipedia.org/wiki/দুবৰি_বন"ৰ পৰা অনা হৈছে