হিড়িম্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
17 নং শাৰী:
}}
'''হিড়িম্বা''' ({{Lang-sa|हिडिम्बा}}) [[মহাভাৰত]]ৰ পাতত হিড়িম্বা এজন মহাবলবান দৈত্য ৰজা।<ref>{{Cite web|url=http://www.himvani.com/688/hidimba-the-unsung-heroine-of-mahabharata/|title=Hidimba: The unsung heroine of Mahabharata|last=HimVani|first=Team|date=2007-03-28|website=HimVani|language=en-US|access-date=2019-07-03}}</ref> তেওঁ [[হিড়িম্বী]]ৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী [[পাণ্ডৱ]]ৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দেশ্যে হিড়িম্বীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি [[পাণ্ডৱ|পাণ্ডৱসকলক]] হিড়িম্বাৰ ওচৰলৈ লৈ আনিছিল। হিড়িম্বাই [[ভীম]]ৰ সৈতে যুঁজ কৰি মৃত্যুক আঁকোৱালি লয়<ref>{{Cite web|title=The Mahabharata, Book 1: Adi Parva: Hidimva-vadha Parva: Section CLIV|url=https://www.sacred-texts.com/hin/m01/m01155.htm|access-date=2021-03-10|website=www.sacred-texts.com}}</ref>।<ref name=":0">{{Cite book|title=Mahabharata|publisher=[[Penguin Books]]|year=2015|isbn=9780143425144|volume=1|pages=265-272|translator-last=Debroy|translator-first=Bibek}}</ref>
হিড়িম্বীৰ ককায়েক হিচাপে তেওঁ [[ঘটোৎকচ]]ৰ
==মঠ-মন্দিৰ==
[[হিমাচল প্ৰদেশ]]ত হিড়িম্বী দেৱীৰ নামত উৎসৰ্গিত বহু কেইটা মঠ-মন্দিৰ বৰ্তমানো পোৱা যায়। [[মানালি]]ৰ হিড়িম্বী দেৱীৰ মন্দিৰ আটাইতকৈ জনপ্ৰিয়। এই মন্দিৰত দেৱীৰ এটা সৰু মূৰ্তি আৰু পদ চিহ্ন আছে। হিড়িম্বাক [[কুল্লু উপত্যকা]]ৰ সকলোতকৈ শক্তিশালী আৰু আধ্যাত্মিক দেৱতা হিচাপে গণ্য কৰা হয়। দেৱীৰ নামত উৎসৰ্গিত কাঠৰে নিৰ্মিত আন এটা মন্দিৰৰ শিখৰ ভাগ আৰু মূল দৰ্জাখন ৫০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। প্ৰচলিত আছে যে এই মন্দিৰৰ শিল্পনিৰ্মাণ কৰা শিল্পী জনে মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ তেওঁৰ হাত দুখন কাটি পেলাইছিল যাতে তেওঁৰ পুনৰাই ক'তো তেনে শিল্প নিৰ্মাণ কৰিব নোৱাৰে। এই মন্দিৰটো দেৱদাৰ অৰণ্যৰ মাজত অৱস্থিত।
|