১৫ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী:
'''১৫ ফেব্ৰুৱাৰী''' {{En|15 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪৬তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন ([[অধিবৰ্ষ]]ত ৩২০ দিন) বাকী থাকে।
==উল্লেখযোগ্য ঘটনা==
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
*১৯০৩ চনৰ এই দিনটোতে মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
*১৮৭৯ চনৰ এই দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
Line 10 ⟶ 9:
*১৯৩৬ চনৰ এই দিনটোতে [[নবীন চন্দ্ৰ বৰদলৈ|কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ]]ৰ মৃত্যু হয়।
 
*১৯৪৮ চনত হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি [[সুভদ্ৰা কুমাৰী চৌহান]]ৰচৌহানৰ মৃত্যু হয় (জন্ম 16 আগষ্ট ১৯০৪)।
 
*১৮৬৯ চনত [[মিৰ্জা গালিব]]ৰ মৃত্যু (জন্ম ২৭ ডিচেম্বৰ ১৭৯৭)।
== দিৱস ==
*আজি [[বৌদ্ধ ধৰ্ম|বৌদ্ধ ধৰ্মী]] মহাযান পন্থীসকলৰ [[পৰিনিৰ্ৱান দিৱস]] (কিছুমানে 8 ফেব্ৰুৱাৰীটো পালন কৰে)।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}