অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
==অৰ্থ==
সংস্কৃতৰ অক্ষয় শব্দৰ অৰ্থ হৈছে কোনোকালে ক্ষয় বা বিনাশ নোহোৱা। ইয়াত প্ৰতীকী অৰ্থত সমৃদ্ধি, আশা, সুখ, সফলতাৰ ক্ষয় নোহোৱা বুজাইছে। আনহাতে তৃতীয়া শব্দৰ অৰ্থ হৈছে শুক্লা পক্ষৰ তৃতীয়া তিথি।<ref>A.A. Macdonell, [http://dsalsrv02.uchicago.edu/cgi-bin/app/macdonell_query.py?qs=अक्षय&searchhws=yes Akshaya], A Practical Sanskrit Dictionary</ref><ref name=joseph135/> সাধাৰণতে বহাগ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথিৰ নামেৰে এই দিনটো অক্ষয় তৃতীয়া হিচাপে জনাজাত হৈছে।<ref name="Singh2015p39"/>
 
==জৈন ধৰ্ম==
জৈন ধৰ্ম মতে প্ৰথম তীৰ্থাংকৰ ভগৱান ঋষভদেৱে তেওঁৰ এবছৰ কাল কৰা তপস্যাৰ সমাপ্তি ঘটাবলৈ তেওঁৰ হাতৰ চলুত কুঁহিয়াৰৰ ৰস বাকী দি পিবলৈ দিয়া হৈছিল। কোনো কোনো জৈন লোকে এই উৎসৱক বৰ্ষ তপ বুলিও কয়।<ref name="Melton2011p18"/> গুজৰাটৰ পালিটানা অঞ্চলৰ সাধু সকলে উপবাস বা তপস্যা কৰিও এই উৎসৱ পালন কৰে।<ref name="Melton2011p18"/>
[[File:Lord Rishabhdeva and King Shreyans.jpg|thumb|ৰজা শ্ৰেয়াঞ্চে ঋষভনাথক কুঁহিয়াৰৰ ৰস পান কৰাইছে]] এই দিনটোত যি সকল লোকে এবছৰৰ উপবাস পালন কৰে( যাক বৰ্ষ তপ বুলিও জনা যায়) সেই উপবাস কুঁহিয়াৰৰ ৰস পান কৰি ভংগ কৰে।<ref>{{cite web |title=Hindus and Jains celebrate Akshayya Tritiya for their own reasons |url=http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |publisher=Merinews |access-date=May 13, 2013 |archive-url=https://web.archive.org/web/20130612070911/http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |archive-date=12 June 2013 |url-status=dead }}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}