অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
 
আকৌ কোৱা হয়, এই দিনটোতেই কুৱেৰে অসংখ্য সম্পত্তিৰ গৰাকী হৈ পৰে আৰু 'ঐশ্বৰ্যৰ গৰাকী' হিচাপে খ্যাত হয়।<ref>{{cite web|title=Akshay Tritiya|url=https://www.ganeshaspeaks.com/festival-calendars/information/akshaya-tritiya/|publisher=Ganesha Speaks}}</ref><ref>{{cite web|title=Significance of Akshaya Tritiya|url=https://givegita.com/akshaya-tritiya/|publisher=Gaurannga Institute for Vedic Education (GIVEGITA)}}</ref>
 
বাৰিষা কালৰ খেতিৰ আৰম্ভণি হিচাপে [[উৰিষ্যা]]ত অক্ষয় তৃতীয়া উৎসৱ পালন কৰা হয়। এই দিনটোত [[বসুমতী]] তথা, হালোৱা গৰুৰ পূঁজনৰ লগতে অন্যান্য খেতিৰ সঁজুলি আৰু কঠীয়াৰ বাবে ৰখা শস্য আদিৰ পূজা কৰা হয়, যাতে অনাগত সময়ত অধিক উৎপাদন সম্ভৱ হয়। এই দিনাই খেতি পথাৰত বাৰিষা কালৰ খেতিৰ আৰম্ভণি হিচাপে প্ৰতীকী ৰূপত পথাৰত শস্য সিঁচা হয়। উৰিষ্যাত এই উৎসৱক 'আখি মুঠি অনুকূলা' অৰ্থাৎ আখি মানে অক্ষয় তৃতীয়া, মুঠি মানে শস্যৰ উভৈনদী হোৱা আৰু অনুকূল মানে হৈছে উদ্বোধন বা মুকলি কৰা। ইয়াৰোপৰি এই দিনটোৰ পৰাই পুৰীৰ [[ৰথ যাত্ৰা]] উৎসৱ আৰম্ভ হয়।<ref name="Singh2015p39"/><ref>{{cite web|title=It's Akshayya Tritiya today |url=http://www.dnaindia.com/india/1834020/report-it-s-akshaya-tritiya-today|publisher=DNAIndia|access-date=May 13, 2013}}</ref><ref>{{cite web |title=Akshaya Tritiya Significance |url=http://www.tourismonline.in/akshaya-tritiya/ |publisher=TourismOnlineIn |access-date=April 21, 2016 |archive-url=https://web.archive.org/web/20160509092101/http://www.tourismonline.in/akshaya-tritiya/ |archive-date=9 May 2016 |url-status=dead }}</ref>
 
 
তেলেগু ভাষিক অঞ্চলত বিশেষকৈ [[তেলেংগনা]] আৰু [[অন্ধ্ৰপ্ৰদেশ]]ৰ মহিলা সকলে এই পবিত্ৰ দিনটোত সোণ তথা আ-অলংকাৰ কিনা মংগলদায়ক বুলি বিশ্বাস কৰে<ref>[https://www.livemint.com/industry/retail/jewellery-industry-heading-for-second-consecutive-sales-washout-on-akshaya-tritiya-11620740973467.html ]</ref>। 'চিমহাচলম' মন্দিৰত এই দিনটোত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই মন্দিৰৰ মূল বিগ্ৰহ জনাক গোটেই বছৰৰ বাবে চন্দনৰ প্ৰলেপেৰে ঢাকি ৰখা হয় আৰু এই বিশেষ দিনটোত হে সেই প্ৰলেপ গুচাই প্ৰকৃত বিগ্ৰহটো দৰ্শনৰ বাবে মুকলি কৰা হয়। অৰ্থাৎ বিগ্ৰহৰ নিজ ৰূপ দৰ্শন ঘটে।<ref>[https://www.livemint.com/industry/retail/jewellery-industry-heading-for-second-consecutive-sales-washout-on-akshaya-tritiya-11620740973467.html ]</ref>
 
==তথ্য সংগ্ৰহ==