অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
16 নং শাৰী:
|relatedto =
}}
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি<ref>{{cite web |title=Akshaya Tritiya 2017: Here is Why it is of significance in Hinduism and reason behind people buying Gold on this day!|date=28 April 2017|website=NewsGram |url=https://www.newsgram.com/akshaya-tritiya-2017-here-is-why-it-is-of-significance-in-hinduism-and-reason-behind-people-buying-gold-on-this-day/}}</ref>। প্ৰতি বছৰৰ [[ব'হাগ]] মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি [[মহাভাৰত]] ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে [[
==অৰ্থ==
সংস্কৃতৰ অক্ষয় শব্দৰ অৰ্থ হৈছে কোনোকালে ক্ষয় বা বিনাশ নোহোৱা। ইয়াত প্ৰতীকী অৰ্থত সমৃদ্ধি, আশা, সুখ, সফলতাৰ ক্ষয় নোহোৱা বুজাইছে। আনহাতে তৃতীয়া শব্দৰ অৰ্থ হৈছে শুক্লা পক্ষৰ তৃতীয়া তিথি।<ref>A.A. Macdonell, [http://dsalsrv02.uchicago.edu/cgi-bin/app/macdonell_query.py?qs=अक्षय&searchhws=yes Akshaya], A Practical Sanskrit Dictionary</ref><ref name=joseph135/> সাধাৰণতে বহাগ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথিৰ নামেৰে এই দিনটো অক্ষয় তৃতীয়া হিচাপে জনাজাত হৈছে।<ref name="Singh2015p39"/>
|