শুভংকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
== ইতিহাস ==
শুভংকৰ শব্দটিৰ ইংৰাজী প্ৰতিশব্দ ''mascot'' ফৰাছী শব্দ ''mascotte'' ৰ পৰা সৃষ্টি হোৱা, যাৰ অৰ্থ হৈছে ''সৌভাগ্যকৰ্ষক''। ইয়াৰ দ্বাৰা যিকোনো ঘৰুৱা সৌভাগ্য বাহকক বুজোৱা হয়। এই শব্দটি ১৮৬৭ চনত প্ৰথম বাৰৰ বাবে এগৰাকী ফৰাছী ৰচনাকাৰ এডমণ্ড অ'ড্ৰেনৰ দ্বাৰা ব্যৱহাৰ হৈছিল যি ১৮৮০ চনত পৰিবেশনৰ বাবে ''দ্য অ'পেৰা লা মেচকট'' লিখিছিল। ১৮৮১ চনত এই শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত হয়। অৱশ্যে ইয়াৰ আগলৈকে এই শব্দটো ফ্ৰান্সৰ লোকসকলৰ বাবে পৰিচিত আছিল আৰু ইয়াক বাজী মাৰোঁ‌তাসকলে শ্লেং বা অপশব্দ হিচাপে ব্যৱহাৰ কৰিছিল। এই শব্দটো যাদুকৰী বা ডাইনী বুজোৱা শব্দ মেচক'ৰ পৰা উদ্ভৱ হোৱা। ঊনবিংশ শতিকাৰ আগলৈকে মেচকট শব্দটো কেশবন্ধনী বা চলিত জাহাজত খোদিত মূৰ্তি আদিৰ দৰে জড় বস্তুৰ সৈতে সম্পৰ্কিত আছিল। কিন্তু সেই সময়ৰ পৰা বৰ্তমানলৈকে, এই শব্দটো সৌভাগ্যসূচক জন্তু, বস্তু আদিৰ সৈতে জড়িত হৈ আহিছে।<ref name=":0">{{cite web|url=http://www.fisu.net/en/Mascots-3464.html|title=Mascots|website=Fisu.net|access-date=2016-05-17}}</ref><ref>{{cite web|url=http://search.credoreference.com/content/entry/hmwhm/mascot/0 |title=Where Are You From? – Credo Reference |website=Search.credoreference.com |access-date=2017-03-01}}</ref>
 
কিন্তু সেই সময়ৰ পৰা বৰ্তমানলৈকে, এই শব্দটো সৌভাগ্যসূচক জন্তু, বস্তু আদিৰ সৈতে জড়িত হৈ আহিছে।<ref name=":0">{{cite web|url=http://www.fisu.net/en/Mascots-3464.html|title=Mascots|website=Fisu.net|access-date=2016-05-17}}</ref><ref>{{cite web|url=http://search.credoreference.com/content/entry/hmwhm/mascot/0 |title=Where Are You From? – Credo Reference |website=Search.credoreference.com |access-date=2017-03-01}}</ref>
 
== বিভিন্ন ক্ষেত্ৰত শুভংকৰ ==
"https://as.wikipedia.org/wiki/শুভংকৰ"ৰ পৰা অনা হৈছে