আকাশবাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
{{Infobox broadcasting network
|name = আকাশবাণী
|logo = [[File:AIR Logo.jpg|200px]]
|type = চৰকাৰী সংস্থা
43 নং শাৰী:
|footnotes =
}}
'''আকাশবাণী''' ({{Lang-en|All India Radio
==ইতিহাস==
[[File:Akashvani Bhavan in New Delhi.jpg|left|thumb|নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়|alt=দূৰৈৰ পৰা লোৱা টাৱাৰৰ সৈতে আকাশবাণী ভৱনৰ ছবি]]
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত [[মুম্বাই|বোম্বাই]] কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত [[কলকাতা]] কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে [[আফগানিস্থান]], [[ইৰান]] আৰু আৰৱীয় দেশসমূহক উদ্দেশি [[জাৰ্মানী|জাৰ্মানীয়ে]] কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- [[দিল্লী]], বোম্বাই, [[চেন্নাই|মাদ্ৰাজ]], [[লক্ষ্ণৌ]], কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়। ১৯৫৭ চনৰ ৩ অক্টোৱৰ তাৰিখে ৰেডিঅ' চিলোনৰ (Radio Ceylon) সৈতে
১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান
==তথ্য সংগ্ৰহ==
|