বাৰ্তা:হাবুং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎প্ৰবন্ধ সুৰক্ষা: নতুন অনুচ্ছেদ
45 নং শাৰী:
 
এই পৃষ্ঠাটো বহুবাৰ ৰিভাৰ্ট কৰা হৈছে, সাধাৰণতে এদিনত তিনিবাৰ ৰিভাৰ্ট কৰা সদস্যৰ ওপৰত বিহিত ব্যৱস্থা লব লাগে, কিন্তু বৰ্তমান লোৱা নাই। ইয়াৰোপৰি হাবুঙৰ সম্পৰ্কে যথেষ্ট তথ্য নেটত উপলব্ধ নহয় যদিও প্ৰবন্ধৰ ইতিহাস চালে গম পোৱা যায় যে সেই প্ৰবন্ধটো বহুকেইজন সম্পাদকে লিখি লিখি আজিৰ অৱস্থা পাইছেহি। কিন্তু হঠাতে কোনোবাই আহি তাৰে এখিনি কাটি দিয়া কাৰ্যটো ৱিকিৰ নিয়মৰ ভিতৰত নপৰে। সেইবাবে প্ৰবন্ধটো সুৰক্ষিত কৰা হ’ল। যদি প্ৰবন্ধটোৰ পৰা কিবা আঁতৰাব বিচাৰে নাইবা যোগ দিব বিচাৰে, তেন্তে এই আলোচনা পৃষ্ঠাত আলোচনাৰ যোগেদি সেয়া কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 13:41, 6 June 2021 (ইউ.টি.চি.)
 
== প্ৰবন্ধ সুৰক্ষা ==
 
শ্ৰদ্ধাৰ সম্পাদকসকল, অনুগ্ৰহ কৰি ৰেফাৰেন্স/সঁচা-মিছা লৈ প্ৰবন্ধৰ কোনো অংশ পোনেই আঁতৰাই দিয়া/ৰিভাৰ্ট কৰাৰ সলনি প্ৰথমে এই আলোচনা পৃষ্ঠাত আপোনালোকৰ আপত্তি দৰ্শাওক। "কোনো বিষয়ত মতবিৰোধ থাকিলেও আপোনাৰ সহযোগী ৱিকিপিডিয়ানসকলক সন্মান কৰক। শিষ্টাচাৰ মানি চলক আৰু ব্যক্তিগত আক্ৰমণ এৰাই চলক।" ইয়াৰ পাছতো এই প্ৰবন্ধত আলোচনাৰহিত সালসলনি হৈ থাকিলে ইয়াক নিৰ্দিষ্ট স্তৰলৈ সুৰক্ষিত কৰি ৰখা হ'ব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|বাৰ্তা]]) 07:15, 11 June 2021 (ইউ.টি.চি.)
"হাবুং" পৃষ্ঠালৈ উভতি যাওক।