ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
== প্ৰাগৈতিহাসিক শিল্পকলা ==
=== শৈল চিত্ৰ ===
{{multiple image
| align = center
| image1 = Rock painting, Bhimbetka, Raisen district, MP.jpg
| width1 = 160
| caption1 = <center>ভীমবেটকা শিলৰ আশ্ৰয়স্থলৰ শৈল চিত্ৰ</center>
| image2 = Prehistoric petroglyphs in the Edakkal Caves Wayanad Kerala India 01.jpg
| width2 = 160
| caption2 = <center>ৱায়ানাডৰ এড়াক্কাল গুহাৰ প্ৰাগঐতিহাসিক শৈলচিত্ৰ</center>
}}
ভাৰতৰ শৈল চিত্ৰ সমূহৰ ভিতৰত দক্ষিণ এছিয়াৰ প্ৰস্তৰ যুগৰ শিলত কাটি উলিওৱা চিত্ৰ কৰ্ম, শিলত খোদিত মূৰ্তি, আৰু গুহাৰ বেৰত অংকিত চিত্ৰ আদি অন্তৰ্ভুক্ত হৈছে। ভাৰতত আনুমানিক ১৩০০টা শৈল চিত্ৰ স্থলী আছে য'ত এক নিযুতৰ এক চতুৰ্থাংশতকৈও অধিক সংখ্যাক চিত্ৰ কৰ্ম উদ্ধাৰ হৈছে। <ref name="Gupta1996">{{cite book|author=Jagadish Gupta|title=Pre-historic Indian Painting|url=https://books.google.com/books?id=H8zpAAAAMAAJ|year=1996|publisher=North Central Zone Cultural Centre}}</ref> স্পেইনৰ আলতামিৰা গুহাৰ চিত্ৰকৰ্ম উদ্ধাৰৰ বাৰ বছৰ আগতেই
ভাৰতৰত আটাইতকৈ পুৰণি শিলৰ কাৰুকাৰ্যটি আৰ্চিবাল্ড কাৰ্লেলে আৱিষ্কাৰ কৰিছিল, <ref name="Tiwari2000">{{cite book|author=Shiv Kumar Tiwari|title=Riddles of Indian Rockshelter Paintings|url=https://books.google.com/books?id=-jO0fvT4r9gC&pg=PA8|date=1 January 2000s|publisher=Sarup & Sons|isbn=978-81-7625-086-3|pages=8–}}</ref> অৱশ্যে তেওঁৰ এই আৱিষ্কাৰ কথা জে ককবাৰ্ণ (১৮৯৯)ৰ জৰিয়তেহে যথেষ্ট পলমকৈ পোহৰলৈ আহে।<ref name="cockburn1899">{{cite journal|last1=Cockburn|first1=John|title=Art. V.—Cave Drawings in the Kaimūr Range, North-West Provinces.|journal=Journal of the Royal Asiatic Society of Great Britain & Ireland |series=New Series|date=1899|volume=31|issue=1|pages=89–97|doi=10.1017/S0035869X00026113|url=https://zenodo.org/record/2170624}}</ref>