অম্বালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: অম্বালিকা কাশীৰাজৰ কণিষ্ঠা জীয়ৰী। তেওঁ ৰজা বিচিত্ৰবীৰ্যৰ পত্নী আৰু পাণ্ডুৰ মাতৃ। ভীষ্মই অম্বা আৰু অম্বালিকাক স্বয়ংবৰৰ পৰা কাঢ়ি লৈ গৈছিল। বিবাহৰ সাত বছৰ পিছত বিচিত্ৰ...
 
No edit summary
1 নং শাৰী:
অম্বালিকা কাশীৰাজৰ কণিষ্ঠা জীয়ৰী। তেওঁ ৰজা [[বিচিত্ৰবীৰ্য]]ৰ পত্নী আৰু [[পাণ্ডু]]ৰ মাতৃ। ভীষ্মই অম্বা আৰু অম্বালিকাক স্বয়ংবৰৰ পৰা কাঢ়ি লৈ গৈছিল। বিবাহৰ সাত বছৰ পিছত বিচিত্ৰবীৰ্য যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু সন্তানহীন হৈ মৃত্যুবৰণ কৰে। কিন্তু বংশধৰসকলৰ পুত্ৰৰ বাবে তাই [[সত্যৱতী]]ৰ পুত্ৰ মহৰ্ষি [[বেদব্যাস]]ৰ সৈতে যৌন সম্ভোগ কৰিছিল। কিন্তু সহবাসৰ সময়ত বেদব্যাসৰ ভয়ানক ৰূপ দেখি তাই ভয়তে শ্বেতা পৰি গৈছিল। সেইকাৰণে তেওঁৰতাইৰ পুত্ৰ পাণ্ডু শ্বেতা আছিল। তাই তাইৰ অন্তিম জীৱন শাহু সত্যৱতী আৰু ভগ্নী [[অম্বিকা]]ৰ সৈতে সন্ন্যাসিনীৰ দৰে অতিবাহিত কৰিছিল।
 
== বহিঃসংযোগ ==
"https://as.wikipedia.org/wiki/অম্বালিকা"ৰ পৰা অনা হৈছে