শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{unreferenced}}
পদাৰ্থবিজ্ঞানত '''শক্তি''' ([[ইংৰাজী ভাষা|ইংৰাজী]]: energy) হৈছে এনে এক বৈশিষ্ট্য (property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে। শক্তিৰ এছ আই একক (SI unit) হৈছে [[জুল]]। এক [[জুল]] মানে হৈছে কোনো এক পদাৰ্থক এক [[নিউটন]] বল প্ৰয়োগ কৰি এক মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় শক্তি।
সৰ্বসাধাৰণ কিছু শক্তিৰ উদাহৰণৰ ভিতৰত গতি কৰা অৱস্থাত [[গতিশক্তি]], ৰৈ থকা অৱস্থাত [[স্থিতি শক্তি]], কোনো পদাৰ্থ টানি দীঘল কৰা অৱস্থাত লাভ কৰা ইলাষ্টিক শক্তি, কোনো পদাৰ্থ জ্বলন্ত অৱস্থাত ৰাসায়নিক শক্তি, পোহৰে কঢ়িয়াই নিয়া নিৰ্গমন শক্তি (radiant energy)আৰু কোনো পদাৰ্থৰ উষ্ণতাৰ দ্বাৰা তাপীয় শক্তি অন্যতম।
|