পৰিচাৰিকা উৎপীড়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''পৰিচাৰিকাৰ উৎপীড়ন'''({{lang-en|Maid abuse}}) হৈছে ঘৰুৱা কৰ্মী হিচাপে নিযুক্ত ব্যক্তি এগৰাকীৰ সৈতে বিশেষকৈ নিয়োগকৰ্তাৰ দ্বাৰা বা নিয়োগকৰ্তাৰ ঘৰুৱা সদস্যৰ দ্বাৰা কৰা দুৰ্ব্যৱহাৰ বা অৱহ...
 
4 নং শাৰী:
 
==প্ৰচলন==
পৰিচাৰিকাৰ উৎপীড়নৰ ঘটনাটো এক বিশ্বব্যাপী পৰিঘটনা যদিও ই বিশেষকৈ ছিংগাপুৰত প্ৰচলিত। ৰিচাৰ্চ এক্ৰছ বৰ্ডাৰৰ এক অধ্যয়ন অনুসৰি, ছিংগাপুৰৰ দহজন ঘৰুৱা কৰ্মচাৰীৰ ভিতৰত ছজনে কৰ্মক্ষেত্ৰত উৎপীড়নৰ সন্মুখীন হয়। চাৰিজনৰ ভিতৰত এজনে শাৰীৰিক হিংসাৰ প্ৰতিবেদনো দাখিল কৰে। The United States Human Trafficking Hotline describes maid abuse as a form of [[human trafficking]]— it is “force, fraud, or coercion to maintain control over the worker and to cause the worker to believe that he or she has no other choice but to continue with the work,” they stated.<ref>{{Cite web|title=Domestic Work|url=https://humantraffickinghotline.org/labor-trafficking-venuesindustries/domestic-work|access-date=2021-07-03|website=National Human Trafficking Hotline|language=en}}</ref> ইয়াৰ উপৰিও, ছিংগাপুৰৰ সাতজনৰ ভিতৰত এজন পৰিচাৰিকাৰ এনে উৎপীড়নৰ সাক্ষী। <ref>{{Cite web|title=Half of Singaporeans think domestic helpers should be paid less than SGD 600 a month|url=https://sg.yougov.com/en-sg/news/2019/11/11/half-singaporeans-think-domestic-helpers-should-be/|access-date=2021-07-03|website=YouGov: What the world thinks|language=en-SG}}</ref>
 
দেশলৈ নিযুক্তি বিচাৰি অহা বিদেশী ঘৰুৱা কৰ্মকৰ্তাসকলৰ উৎপীড়নৰ অধিক আশংকা কৰা হয়। ছিংগাপুৰৰ নিযুক্তি আইনৰ অধীনত পৰিচাৰিকাসকল হৈছে একমাত্ৰ প্ৰব্ৰজনকাৰী কৰ্মকৰ্তা যাক সুৰক্ষা প্ৰদান কৰা হোৱা নাই আৰু সেয়ে বহু কৰ্মকৰ্তাই অপমানজনক পৰিস্থিতিৰ সন্মুখীন হয়। ছিংগাপুৰত বিদেশী ঘৰুৱা কৰ্মকৰ্তাৰ চুক্তিত বাহিৰত থাকি লোৱাৰ বিকল্পৰ অভাৱৰ বাবে বিদেশী পৰিচাৰিকাসকলে তেওঁ‌লোকৰ নিয়োগকৰ্তাৰ সৈতে একেটা গৃহতে বাস কৰে।<ref>{{Cite web|last=Welle (www.dw.com)|first=Deutsche|title=Singapore domestic workers 'suffer exploitation and abuse' {{!}} DW {{!}} 28.03.2019|url=https://www.dw.com/en/singapore-domestic-workers-suffer-exploitation-and-abuse/a-48101632|access-date=2021-07-03|website=DW.COM|language=en-GB}}</ref> ছিংগাপুৰৰ বিদেশী ঘৰুৱা কৰ্মকৰ্তাসকলৰ সৈতে দুৰ্ব্যৱহাৰ অস্বাভাৱিক নহয়। তেওঁলোক শাৰীৰিক উৎপীড়নৰ লগতে<ref>{{Cite web|title=Woman on trial for abusing maid; asked her to shower in front of her, assaulted her privates|url=https://www.channelnewsasia.com/news/singapore/woman-on-trial-for-abusing-maid-asked-her-to-shower-in-front-of-12601714|access-date=2021-07-03|website=CNA|language=en}}</ref><ref>{{Cite web|title=Woman asked maid to punch herself 50 times, strike her teeth with meat pounder until they 'dropped'|url=https://www.channelnewsasia.com/news/singapore/maid-woman-punch-herself-strike-meat-pounder-12551084|access-date=2021-07-03|website=CNA|language=en}}</ref> গোপনীয়তাত অনুপ্ৰৱেশ, আৰু ধৰ্ষণৰ লগতে যৌন নিৰ্যাতনৰো সন্মুখীন হয়। <ref>{{Cite web|title=Man gets jail, caning for raping maid after asking her for massage|url=https://www.channelnewsasia.com/news/singapore/man-gets-jail-caning-for-raping-maid-after-asking-her-for-12566998|access-date=2021-07-03|website=CNA|language=en}}</ref><ref>{{Cite web|last=hermes|date=2016-11-15|title=First conviction in Singapore of employer raping maid|url=https://www.straitstimes.com/singapore/courts-crime/first-conviction-in-singapore-of-employer-raping-maid|access-date=2021-07-03|website=The Straits Times|language=en}}</ref>