পদ্মাৱতী (দেৱী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
 
এই ঘটনাত লক্ষ্মী হতাশ হৈ বৈকুণ্ঠ ত্যাগ কৰে আৰু কোলহাপুৰত থাকিবলৈ লয় (কোলহাপুৰৰ শ্ৰী মহালক্ষ্মী অম্বাবাই মন্দিৰ)৷ তেতিয়া বিষ্ণুৱে ভেংকটেশ্বৰৰ ৰূপ ধাৰণ কৰি [[তিৰুমালা]] পাহাৰলৈ আহে আৰু লক্ষ্মীৰ ধ্যান আৰম্ভ কৰে৷ ইতিমধ্যে লক্ষ্মীয়ে আকাশ ৰজাৰ জীয়ৰী পদ্মাৱতী হিচাপে অৱতাৰ গ্ৰহণ কৰে৷ এবাৰ ভেংকটেশ্বৰে পদ্মাৱতীক মদমত্ত হাতী এটাৰ পৰা বচাই তেওঁৰ প্ৰেমত পৰে। ভেংকটেশ্বৰে [[কুবেৰ]] দেৱতাৰ পৰা কিছু ধন বিচাৰে আৰু [[কলি যুগ]]ৰ শেষত সেয়া ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ভেংকেটেশ্বৰে তাৰ পাছত পদ্মাৱতীক বিয়া কৰাই নিজে তিৰুমালাত আৰু পদ্মাৱতীয়ে তিৰুচানুৰত বিগ্ৰহৰ ৰূপ লয়।{{Citation needed|date=June 2021}}
 
==উল্লেখনীয় ভক্তিমালা==
[[লক্ষ্মী]] আৰু তেওঁৰ ৰূপ [[ভূমি (দেৱী)|ভূমি]]ৰ অৱতাৰ হিচাপে পূজিত পদ্মাৱতী হিন্দু ধৰ্মৰ এগৰাকী অন্যতম দেৱী৷ref name="Dalal" /> বিশ্বাস কৰা হয় যে বিষ্ণুৰ কৃপা পাবৰ বাবে পদ্মাৱতীৰ উপাসনা কৰাটো অপৰিহাৰ্য৷ বিষ্ণুৰ দৰে লক্ষ্মীও সৰ্বত্ৰ বিৰাজমান, অসীম আৰু মোক্ষ দিওঁতা৷ তামিল বৈষ্ণৱ ঋষি নম্মালৱাৰৰ থিৰুভয়ম’ঝি গ্ৰন্থত কোৱা হৈছে- ''agalakillEn iRaiyum enRu * alarmEl mangkai uRai mArbA!'' অৰ্থাৎ “দেৱী লক্ষ্মী আপোনাৰ (ভেংকটেশ্বৰৰ) হৃদয়ৰ পৰা নাযায়, সদায় আপোনাৰ (তেওঁৰ) লগতে থাকিব৷’’<ref>{{cite web|title=thiruvAymozhi 6-10 - ulagamuNda |url=http://acharya.org/bk/eb/DP4000/ktvm/kOvil-thiruvAymozhi-base-eng.pdf}}</ref>
 
কবি [[অন্নমাচাৰ্য]] পদ্মাৱতীৰ এজন দৃঢ় ভক্ত আছিল৷ তেওঁৰ অধিক সংখ্যক কীৰ্তনেই দেৱীৰ বিPoet [[Annamacharya]] was a staunch devotee of Padmavathi. Most of his keertanas are either inspired by or center around the deity. Many of the most famous and popular ''Kritis'' of Annamacharya personify her benevolence and grace.
 
== তথ্য সংগ্ৰহ ==