শ্ৰীনিবাস ৰামানুজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
Authority control
1 নং শাৰী:
 
{{Infobox scientist
| name = শ্ৰীনিবাস ৰামানুজন
Line 18 ⟶ 17:
| religion = [[হিন্দু]]
}}
'''শ্ৰীনিবাস ৰামানুজন''' {{Audio|Srinivasa_ramanujan_wikipedia.ogg|pronunciation}} ({{lang-ta|சீனிவாச இராமானுஜன்}}) (২২ ডিচেম্বৰ ১৮৮৭&nbsp;– ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।<ref name="গকথা">{{cite book | title=গণিতৰ কথা | author=ড০ ভূপতি চন্দ্ৰ ডেকা | authorlink=বিংশ শতিকাত অংকশাস্ত্ৰ | year=১৯৬৮ | pages=১১৩,১১৪,১১৫,১১৬}}</ref><ref name="এভাগ">{{cite book | title=গণিতীয় প্ৰবন্ধমালা | publisher=অসম বিজ্ঞান সমিতি | author=ড০ ভূপতি চন্দ্ৰ ডেকা | authorlink=এজন ভাৰতীয় গণিতজ্ঞ | year=২০১৮ | pages=৫৬,৫৭,৫৮,৫৯,৬০,৬১,৬২}}</ref><ref name="ATTTR">{{cite book | title=গণিতীয় প্ৰবন্ধমালা | publisher=অসম বিজ্ঞান সমিতি | author=ড০ ভূপতি চন্দ্ৰ ডেকা | authorlink=A TEACHER'S TRIBUTE TO RAMANUJAN | year=২০১৮ | pages=১৫১ ৰ পৰা ১৬১}}</ref>
 
==জন্ম, প্ৰাথমিক শিক্ষা আৰু বাল্যকাল==
শ্ৰীনিবাস ৰামানুজনৰ জন্ম হয় ১৮৮৭ চনৰ ২২ ডিচেম্বৰত<ref name="গকথা" /><ref name="এভাগ" /> দক্ষিণ ভাৰতৰ তাঞ্জোৰ জিলাৰ আৰোপ চহৰৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত।<ref name="এভাগ" /> তেওঁৰ ককাক আৰু দেউতাক কুম্ভকোনামৰ এজন কাপোৰ ব্যৱসায়ী সদাগৰৰ হিচাপ ৰক্ষক আছিল।<ref name="এভাগ" /><ref name="গকথা" />মাকৰ ফালৰ ককা-দেউতাকে ইৰোদৰ মুঞ্চিফ আদালতত সৰু চাকৰি এটা কৰিছিল।<ref name="এভাগ" />
Line 85 ⟶ 83:
* [http://www.srinivasaramanujan.in "Our Devoted Site for Great Mathematical Genius"]
 
{{Authority control}}
[[Category:ভাৰতৰ ব্যক্তি]]
 
[[Categoryশ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:গণিতজ্ঞ]]
[[শ্ৰেণী:ৰয়েল ছ'ছাইটিৰ সদস্য]]