এছিয়াৰ শংকু আকৃতিৰ শিৰোধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
[[File:Return of the Samurai 14.JPG|thumb| [[ছামুৰাই]]সকলে পিন্ধা জাপানী জিংগাছা]]
[[File:Bangko Sentral ng Pilipinas Money Museum salakot display.jpg|thumb|ফিলিপাইছৰ ছালাকোট]]
'''এছিয়াৰ শংকু আকৃতিৰ শিৰোধান''' বা টুপী হৈছে পূব, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া আৰু বিশেষকৈ [[ভিয়েটনাম]]ৰ হিউত উদ্ভৱ হোৱা শংকু আকৃতিৰ এক সৰল শৈলীৰ শিৰোধান। ইয়াক সাধাৰণতে এছিয়াৰ ধানৰ টুপী, বা কেৱল ধানৰ টুপী (বিশেষকৈ [[আমেৰিকা]]ত), কুলি টুপী ([[যুক্তৰাষ্ট্ৰ]]ত), প্ৰাচ্যৰ টুপী, বা কৃষকৰ টুপী নামেৰেও জনা যায়। প্ৰায় ২০০০ বছৰ পুৰণি টেৰাকোটা পাত্ৰত এনে শিৰোধানৰ চিত্ৰ দেখুওৱা হৈছে। ইয়াৰ পৰা এই কথা অনুমান কৰিব পৰা যায় যে এই শিৰোধান সম্ভৱতঃ কেইবা সহস্ৰাব্দ ধৰি কোনো কোনো ৰূপত পিন্ধি অহা হৈছে। আধুনিক কালৰ [[বাংলাদেশ]], [[ভূটান]], [[চীন]], [[কম্বোডিয়া]], [[ভাৰত]], [[ইণ্ডোনেছিয়া]], [[জাপান]], [[কোৰিয়া]], [[লাওছ]], [[মালয়েছিয়া]], [[ম্যানমাৰ]], [[ফিলিপাইনছ]], মাঞ্চুৰিয়াৰ কোনো কোনো অঞ্চল, [[টাইৱান]], [[নেপাল]], [[তিব্বত]], [[থাইলেণ্ড]] আৰু [[ভিয়েটনাম]]ৰ কিছু অংশত ইয়াৰ উল্লেখযোগ্য ব্যৱহাৰ দেখা যায়। এই শিৰোধান এখন কাপোৰ (সাধাৰণতে ৰেচম) বা ফাইবাৰৰ ফিতাৰেফিটাৰে থুঁতৰিত লগাই মূৰত ৰখা হয়।
 
==ব্যৱহাৰ==