অৰহান পামুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শুধৰণি
69 নং শাৰী:
* Husseyin, Hazim M. (2009). ''Nobel Ödülünün Orhan Pamuk ve Eserleri Üzerindeki Etkileri''. University of Baghdad. p. 94.
* Pamuk, Orhan (2005). ''Istanbul: Memories and the City, translated by Maureen Freely''. Faber & Faber p. 15. "My paternal grandmother was '''Circassian''' (Circassian girls, famous for being tall and beautiful, were very popular in Ottoman harems)."
* Karpat, Kemal H. (2001) ''The Politicization of Islam: Reconstructing Identity, State, Faith, and Community in the Late Ottoman State''. Oxford University Press. p. 345. "(...) such as the novelist Orhan Pamuk, who is of '''Circassian''' origin."</ref> পামুক হৈছে প্ৰথম তুৰ্কী ন’বেল বঁটা বিজয়ী।বিজয়ী সাহিত্যিক। তেওঁ আন বহুতো সাহিত্য বঁটা প্ৰাপক। ''মাই নেম ইজ ৰেডে'' ২০০২ চনৰ প্ৰিক্স ডু মেইলিউৰ লিভৰে এট্ৰেঞ্জাৰ (Prix du Meilleur Livre Étranger), ২০০২ চনৰ প্ৰেমিঅ গ্ৰিঞ্জেন কাভাৰ ( Premio Grinzane Cavour ) আৰু ২০০৩ চনৰ আন্তৰ্জাতিক ডাবলিন সাহিত্য বঁটা লাভ কৰিছিল।
 
পামুক আৰু জচ চাৰামাগোৰ যুটীয়া প্ৰস্তাৱৰ ফলস্বৰূপে ইউৰোপীয় লেখক সংসদ গঠন হৈছিল।<ref>{{cite news|url=http://www.irishleftreview.org/2010/12/01/complexity-istanbul-declaration-european-writers-conference/|title=The Complexity of Others: The Istanbul Declaration of The European Writers' Conference|date=1 December 2010|access-date=1 December 2010|author=[[William Wall (writer)|Wall, William]]|newspaper=Irish Left Review|archive-url=https://web.archive.org/web/20180802041041/http://www.irishleftreview.org/2010/12/01/complexity-istanbul-declaration-european-writers-conference/|archive-date=2 August 2018|url-status=dead}}</ref> পামুকে বিতৰ্কিত ঐতিহাসিক আৰু ৰাজনৈতিক ঘটনাৰ বিষয়ে কিতাপ লিখিবলৈ ইচ্ছা কৰাটোৱে তেওঁক স্বদেশত নিন্দাৰ পাত্ৰ কৰিছিল। ২০০৫ চনত, এজন অতি-জাতীয়তাবাদী অধিবক্তাই অটোমান সাম্ৰাজ্যত আৰ্মেনিয়ান গণহত্যা সম্পৰ্কীয় এটা মন্তব্যৰ বাবে পামুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।<ref name="AutoEC-21">
Daren Butler and Ercan Ersoy, [http://www.turkishdailynews.com.tr/article.php?enewsid=49417 "Kerinçsiz puts patriotism before free speech, EU"] {{webarchive|url=https://web.archive.org/web/20121120142738/http://www.turkishdailynews.com.tr/article.php?enewsid=49417 |date=20 November 2012 }}. [[Reuters]] via ''[[Turkish Daily News]]'', 21 July 2006.
</ref> পামুকৰ মতে, তেওঁৰ উদ্দেশ্য আছিল তেওঁ জন্ম গ্ৰহণ কৰা দেশখনত ‘বাক স্বাধীনতা’ সম্পৰ্কীয় বিষয়সমূহ সচেতনতাতুলি জাগ্ৰতধৰিবলৈ কাম কৰা। আদালতে প্ৰথমতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু ২০১১ চনত পামুকক অভিযুক্তৰ সন্মানক অপমান কৰাৰ বাবে মুঠ ক্ষতিপূৰণত ৬,০০০ লিৰা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।<ref name="hurriyetdailynews1">
Hurriyet Daily News [http://www.hurriyetdailynews.com/n.php?n=orhan-pamuk-will-pay-compensation-for-his-words-court-decided-2011-03-27 Orhan Pamuk to pay compensation for his words, court decides], ''Hurriyet Daily News'', 27 March 2011
{{dead link|date=August 2021}}
79 নং শাৰী:
 
==সংক্ষিপ্ত জীৱনী==
১৯৫২ চনত ইস্তানবুলত পামুকৰ জন্ম হৈছিল আৰু এটি ধনী অথচ অধঃপতিত উচ্চবিত্ত পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হৈছিল; যি অভিজ্ঞতা তেওঁ তেওঁৰ উপন্যাস ''দ্য ব্লেক বুক'' আৰু ''চেভডেট বে এণ্ড হিজ চ’নচ্‌''ৰ উপৰিও তেওঁৰ ব্যক্তিগত স্মৃতিকথা ''ইস্তানবুল: মেম’ৰিজ এণ্ড দ্য চিটি''ত পুংখানুপুঙ্খকৈ বৰ্ণনা কৰিছে। পামুকৰ আইতাক (দেউতাকৰ মাক) আছিল চাৰ্কাচিয়ান।<ref>Pamuk, Orhan (2005). ''Istanbul: Memories and the City, translated by Maureen Freely''. Faber & Faber. p. 15. "My paternal grandmother was '''Circassian''' (Circassian girls, famous for being tall and beautiful, were very popular in Ottoman harems)."</ref> পামুকে ইস্তানবুলৰ ৰবাৰ্ট কলেজ ছেকেণ্ডেৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু ইস্তানবুল কাৰিকৰী বিশ্ববিদ্যালয়ত স্থাপত্য বিদ্যা অধ্যয়ন কৰিবলৈ গৈছিল যিহেতু ই তেওঁৰ প্ৰকৃত সপোন, চিত্ৰকলাৰ সৈতে সম্পৰ্কিত আছিল।<ref name="Jaggi2008-12-08">
{{cite news
| last = Jaggi
92 নং শাৰী:
| url = https://www.theguardian.com/books/2007/dec/08/classics.nobelprize
}}
</ref> তেওঁ তিনি বছৰৰ পিছত স্থাপত্য বিদ্যালয় এৰি পূৰ্ণ-সময়ৰ বাবে লেখক হয় আৰু ১৯৭৬ চনত ইস্তানবুল বিশ্ববিদ্যালয়ৰ সাংবাদিকতা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২২ ৰ পৰা ৩০ বছৰ বয়সলৈকে পামুকে তেওঁৰ মাতৃৰ সৈতে বাস কৰিছিল, তেওঁৰ প্ৰথমখন উপন্যাস লিখিছিল আৰু প্ৰকাশক বিচাৰিবলৈ চেষ্টা কৰিছিল। তেওঁ নিজকে এজন সাংস্কৃতিক মুছলমান বুলি বৰ্ণনা কৰে, যি ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্কত বিশ্বাস নকৰি ঐতিহাসিক আৰু সাংস্কৃতিক পৰিচয়ক ধৰ্মৰ সৈতে সংযুক্ত কৰে।<ref name="AutoEC-6">
{{cite web
| title = SPIEGEL ONLINE&nbsp;— Orhan Pamuk and the Turkish Paradox