য়্যুং চ্যেং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox writer <!-- for more information see Template:Infobox writer/doc --> | name = য়্যুং চ্যেং | image = Jung Chang, 2010 (cropped).jpg | imagesize = | caption = ২০১০ চনত য়্যুং চ্যেং | pseudonym = | birth_date = {{Birth date and age|df=yes|1952|3|25}} | birth_place = য়িবিন, Sichuan, চীন | death_date = | death_place = | occupation = লেখক | nationality = ব্...
 
No edit summary
 
16 নং শাৰী:
| movement =
| children =
| spouse = জনয়ন হ’লিডেহেলিডে
| website = {{url|https://www.jungchang.net}}
| module = {{Listen| embed=yes |filename = Jung_chang_bbc_radio4_womans_hour_18_12_2013_b03lpjpc.flac |title = Jung Chang's voice |type = speech |description = from the BBC programme ''[[Woman's Hour]]'', 18 December 2013.<ref>{{Cite episode | title= Jung Chang |series= Woman's Hour |series-link= Woman's Hour |url= http://bbc.co.uk/programmes/b03lpjpc |station= [[BBC Radio 4]] |date= 18 December 2013 |access-date= 18 January 2014 }}</ref> }}
| native_name = 張戎
}}
'''য়্যুং চ্যেং''' (চীনা ভাষাত:张戎, {{Lang-en|Jung Chang }} জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ''ৱাইল্ড চোৱানচ্‌''ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয়; কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।
 
তেওঁৰ স্বামী আইৰিছ ইতিহাসবিদ য়ন হেলিডেৰ সৈতে লিখা তেওঁৰ ৮৩২ পৃষ্ঠাৰ জীৱনী ''মাও জেদং'', ''মাও: দ্য আননউন ষ্ট’ৰি'' জুন ২০০৫ চনত প্ৰকাশ হৈছিল।
 
==চীনত==
[[File:Xue Zhiheng.jpg|thumb|চ্যুৱে জিহেং, য়্যুং চ্যেঙৰ ককাক]]
চ্যেঙৰ জন্ম ১৯৫২ চনৰ ২৫ মাৰ্চত য়িবিন, চিচুৱান প্ৰদেশত হৈছিল। তেওঁৰ মাক-দেউতাক দুয়ো চীনৰ কমিউনিষ্ট পাৰ্টিৰ বিষয়া আছিল। চ্যেঙৰ দেউতাক সাহিত্যৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। সৰুতেই চ্যেঙৰ পঢ়া আৰু লিখাৰ সৈতে এটি নিবিড় সম্পৰ্ক গঢ়ি উঠে, ইয়াৰ ভিতৰত কবিতা লিখাৰ আগ্ৰহো অন্তৰ্ভুক্ত আছিল।
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}