ধ্ৰুৱজ্যোতি বৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
সামান্য সলনি
35 নং শাৰী:
| website =
}}
'''ড°ধ্ৰুৱজ্যোতি বৰা''' ({{lang-en|Dhrubajyoti Borah}}) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক।<ref>বিশ্বকোষ, [[অসম সাহিত্য সভা]], চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩</ref> তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে, দেৰগাঁৱত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] ২০১৩-১৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম অধিৱেশনত তেখেতক নতুন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।<ref name="আমাৰ অসম">{{cite news | url=http://amarasom.glpublications.in/Details.aspx?id=19930&boxid=12305187 | title=অসম সাহিত্য সভাৰ নতুন সভাপতি | date=১৭ নৱেম্বৰ, ২০১৪ | agency=জি এল পাব্লিকেশ্যন | accessdate=17 নৱেম্বৰ 2014 | pages=১ম পৃষ্ঠা}}</ref> ৷ <ref>[https://www.pratidintime.com/dr-dhrubajyoti-borah-appointed-vc-of]</ref>
 
==কৰ্মজীৱন==
তেখেতে বৰ্তমান [[বৰপেটা চিকিৎসা মহাবিদ্যালয়]]ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহনগ্ৰহণ কৰে ৷ বৰ্তমান তেখেতে সাহিত্য আলোচনী [[গৰীয়সী|গৰীয়সীৰ]] সম্পাদক হিছাপেহিচাপে কাৰ্য নিৰ্বাহ কৰি থকাৰ উপৰি অসম স্বাস্থ্য বিশ্ববিদ্যালয় , গুৱাহাটীৰ উপাছাৰ্যউপাচাৰ্য হিছাপেৰূপে কাৰ্য নিৰ্বাহ কৰি আছে ৷
 
==সাহিত্যিক অৱদান==