সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:D0D:70E9:0:0:5C89:C104 (আলোচনা)-ই কৰা 319197 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
52 নং শাৰী:
#ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
#লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)
# লিকি লিকি ডিমৰু চিকি চিকি পাত, সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট৷ (তামোল গছ)<ref>{{cite web | url=https://janambhumi.in/VFZSSk1VMVVUVDA9/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%8B%E0%A6%B2-%E0%A6%AA%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6.html | title=তামোল-পাণ সংবাদ | publisher=janambhumi.in | date=৩ আগষ্ট ২০১৭ | accessdate=৮ জুন ২০২২}}</ref>
#গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি)
#আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে