১৪ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
 
==জন্ম==
* ১৮৬৪ - [[লক্ষ্মীনাথ বেজবৰুৱা]], আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
* ১৯১৪ - [[লক্ষ্যধৰ চৌধুৰী]], অসমীয়া অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।
* ১৯২৪ - [[বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য]], প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক।
* ১৯২৯ - [[শোভা ব্ৰহ্ম]], ভাস্কৰ্য শিল্পী।
* ১৯৫০ - [[বিভূৰঞ্জন চৌধুৰী]], অসমীয়া কণ্ঠশিল্পী তথা সংগীত পৰিচালক।
* ১৯৮১ - [[গৌতম গম্ভীৰ]], ভাৰতীয় ক্ৰিকেটাৰ। ২০০৩ চনৰ পৰা এদিনীয়া আৰু ২০০৪ চনৰ পৰা টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ সদস্য।
* ১৯৭২ - [[জয়া আখতাৰ]], ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
* ১৯৮১ - [[গৌতম গম্ভীৰ]], ভাৰতীয় ক্ৰিকেটাৰ। ২০০৩ চনৰ পৰা এদিনীয়া আৰু ২০০৪ চনৰ পৰা টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ সদস্য।
 
==মৃত্যু==