নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য যোগ —শিক্ষা, সামাজিক জীৱন, বঁটা, স্বীকৃতি
23 নং শাৰী:
}}
'''নীলপৱন বৰুৱা''' ({{lang-en|Neel Pawan Baruah}}) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) [[অসম|অসমৰ]] এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক [[অসম চৰকাৰ|অসম চৰকাৰে]] 'অসম সৌৰভ' বঁটা প্ৰদান কৰে।<ref>{{cite news |title=Himanta Biswa Announces Names of 19 Awardees in 3 Categories, Assam Baibhav, Saurav & Gaurav Award|url=https://www.sentinelassam.com/amp/north-east-india-news/assam-news/himanta-biswa-announces-names-of-19-awardees-in-3-categories-assam-baibhav-saurav-gaurav-award-566187
|access-date=18 December 2021 |work=The Sentinel |date=12 December 2021}}</ref> বৰুৱাৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হ’ল— গ্ৰীণ বাৰ্ড, কালীয় দমন, শংখচক্ৰ গদাপদ্ম, শায়িত মানুহ, বৰঢোল, ভিয়েটনামৰ জয়, চিঞৰ, তিনিজন মাতব্বৰ, পটচিত্ৰ আৰু দেৱীৰ তিনিখন মুখ। <ref name="অসমীয়া প্ৰতিদিন"/> ১৯৭০ আৰু ১৯৭১ চনত [[গুৱাহাটী| গুৱাহাটীত]], ১৯৭২ আৰু ১৯৭৮ চনত লক্ষ্ণৌত, ১৯৬৫, ১৯৮৬ আৰু ২০১৫ চনত [[কলকাতা|কলকাতাৰ]] বিৰলা একাডেমী আৰু ভুবনেশ্বৰত বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
|access-date=18 December 2021 |work=The Sentinel |date=12 December 2021}}</ref>
 
==জন্ম==
নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত [[যোৰহাট]] জিলাৰ [[টীয়ক|টীয়কৰ]] ওচৰৰ<ref name=bip /> তামুলীছিঙা গাঁৱত। পিতৃ 'ধ্বনি কবি' ৰূপে খ্যাত [[বিনন্দ চন্দ্ৰ বৰুৱা]] আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।<ref name=art />
 
==শিক্ষা==
40 নং শাৰী:
১৯৬৯ চনত মৰনৈৰ শ্ৰীসূৰ্য পাহাৰত পুৰাতত্ত্ব বিভাগৰ সহযোগত শিল্পৰ কামৰ সৈতে জড়িত<ref name="অসমীয়া প্ৰতিদিন"/> হৈ পৰা বৰুৱাই অসম চৰকাৰক সোণাপুৰ অঞ্চলৰ এটি টিলাত ছবিৰ আৰ্কাইভ খুলিবৰ বাবে এটুকুৰা মাটি বিচাৰিছিল যদিও তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ নাপালে। ‘বৃন্দাবনী প্ৰাচীৰ’ নাম দি ১৮০ ফুট দীঘল এখন দেৱাল-চিত্ৰ বা ম্যুৰেল আঁকিবৰ বাবেও তেওঁ পৃষ্ঠপোষক বিচাৰিছিল। <ref name="নীলপৱন বৰুৱা">{{cite book | title=কথা বৰণ্য ১০০ (সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন) | publisher=কথা | author=মনোজ বৰপূজাৰী | authorlink=নীলপৱন বৰুৱা | year=২০০৬ | location=[[গুৱাহাটী]] | pages=২০৮-২০৯ | isbn=81-89148-14-1}}</ref>
 
১৯৭১ চনত [[অসম চাৰু-কাৰু কলা পৰিষদ]] প্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা'কলিকতা’, 'লক্ষ্ণৌ‘লক্ষ্ণৌ ললিত কলা একাডেমি'একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত‘ললিত কলা একাডেমি, দিল্লী'-তদিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছে।কৰিছিল।
 
১৯৮২ চনত বৰুৱাই লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল<ref name="নীলপৱন বৰুৱা"/> আৰু এই কেন্দ্ৰৰ অধীনত অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[অসমৰ মুখা শিল্প|মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল। মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা ব’ৰ্ডত তেওঁ ৰং সানি ওখ-চাপৰকৈ সজাই তেওঁ চিত্ৰ-ভাস্কৰ্যৰ সমন্বয়ৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেওঁ সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক, পেইণ্টিং, স্কাল্পশ্যাৰ, নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম ‘গ্ৰাপাস্কাপন’ ৰাখিছিল।<ref name="নীলপৱন বৰুৱা"/> এই শৈলীত তেওঁ ব্যুৎপত্তি লভিছিল। কাগজৰ মণ্ডৰে তেওঁ ‘খোলবাদক’, হাতীৰ কম্পোজিচন, নাৰীৰ মুখাৱয়ব আদি সৃষ্টি কৰিছিল।<ref name="নীলপৱন বৰুৱা"/> ২০০০ চনত দুহেজাৰ চিত্ৰ আৰু দুহেজাৰ ড্ৰয়িং অংকনৰ কাম তেওঁ সমাপ্ত কৰিছিল। <ref name="অসমীয়া প্ৰতিদিন"/>
 
; চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ
নীলপৱন বৰুৱাই 'চাৰমিনাৰ'‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।<ref>http://articles.timesofindia.indiatimes.com/2012-01-06/guwahati/30597485_1_paintings-cigarette-packs-art-collectors</ref>
 
==ব্যক্তিগত জীৱন==
অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত [[দীপালী বৰঠাকুৰ]] নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ‘মটৰ-নিউৰণ ৰোগ'তৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল‘হুইল চেয়াৰ'ৰচেয়াৰ’ৰ আশ্ৰয় ল'বলগীয়াল’বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref>
 
==সামাজিক জীৱন==
জীৱনকালত বৰুৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ১৯৪৫ চনত তেওঁ টীয়কত প্ৰতিষ্ঠিত জয়হিন্দ ছাত্ৰ সংসদৰ মাধ্যমেৰে সমাজ সেৱাত ব্ৰতী হৈ সক্ৰিয় ৰাজহুৱা জীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত তেওঁ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] দুধনৈ অধিৱেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ উদ্ধোধন কৰিছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ শিল্পী-সাহিত্যিক সাহায্য ন্যাসৰ সভাপতি আছিল আৰু নতুন দিল্লীৰ ললিত কলা একাডেমীৰ অসমৰ প্ৰতিনিধি আছিল। ললিত কলা একাডেমীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সৰ্ব ভাৰতীয় শিল্পী শিবিৰ নীলপৱন বৰুৱাই পৰিচালনা কৰিছিল। <ref name="অসমীয়া প্ৰতিদিন"/>
 
==গ্ৰন্থপঞ্জী==
Line 56 ⟶ 59:
* বসুন্ধৰা-১
* বসুন্ধৰা-২
* নীলপৱন বৰুৱাৰ ছবি আৰু কবিতা
 
==স্বীকৃতি==
২০১২ চনত, নবকান্তনৱকান্ত বৰুৱা ফাউণ্ডেচনে নীলপৱন বৰুৱাৰ প্ৰায় ৮৭ খন চিত্ৰৰে ৰাজ্যিক আৰ্ট গেলেৰীত 'নীলপৱন‘নীলপৱন বৰুৱা- চিত্ৰৰ প্ৰদৰ্শনী'প্ৰদৰ্শনী’ শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। <ref name="দ্য ছেণ্টিনেল">{{cite web | url=https://www.sentinelassam.com/north-east-india-news/assam-news/assams-renowned-artist-neel-pawan-baruah-tests-covid-positive-541519 | title=Assam's Renowned Artist Neel Pawan Baruah Tests COVID Positive | publisher=দ্য ছেণ্টিনেল | date=৫ জুন, ২০২১ | accessdate=২৮ অক্টোবৰ, ২০২২}}</ref>
 
২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে আগ্ৰহী কলাৰসিকৰ বাবে ২০২২ চনৰ ৯ এপ্ৰিল তাৰিখে বিশ্ববিদ্যালয় প্ৰাংগণত ‘মডাৰ্ণ আৰ্ট অৱ নীলপৱন’ নামে এটি সংগ্ৰহালয় উন্মোচন কৰে। <ref name="অসমীয়া প্ৰতিদিন"/> এই সংগ্ৰহালয়ত নীলপৱন বৰুৱাৰ প্ৰায় ৫৬খন বিভিন্ন মাধ্যমত অঁকা পেইন্টিং প্ৰদৰ্শনৰ বাবে ৰাখিছে। বৰুৱাই চাৰমিনাৰ বাকচত অঁকা অসংখ্য পেকেটেৰে হাতীৰ আকৃতিৰ এক অপূৰ্ব শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে। বিশ্ববিদ্যালয়ৰ ''ডিপাৰ্টমেন্ট অৱ কালচাৰেল ষ্টাডিজ''ৰ অন্তৰ্গত এই কেন্দ্ৰটোৰ বাহিৰৰ বেৰত শিল্পীগৰাকীৰ কেইবাখনো পেইন্টিং ফ্লেক্সপ্ৰিন্টিং মাধ্যমত ছপা কৰি আঁৰি ৰখা হৈছে। কেন্দ্ৰটোৰ ভিতৰভাগত প্ৰদৰ্শিত হৈছে শিল্পীগৰাকীৰ বিষয়ে কলাসমালোচক [[মৌচুমী কন্দলী|মৌচুমী কন্দলীয়ে]] লিখা এটা প্ৰয়োজনীয় লেখা— “এ ৰোমাণ্টিক ইন ছাৰ্চ অৱ এ ছিগনিফিকেণ্ট ফৰ্ম”, লগতে শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে কেতবোৰ তথ্য।
 
২০২১ চনত অসম চৰকাৰে তেওঁক 'অসম সৌৰভ বঁটা' প্ৰদান কৰিছিল।
 
==বঁটা আৰু সন্মান==
{| class="wikitable" style="width:70%;"
|+ বঁটা
! বৰ্ষ!! বঁটা!! তথ্য
|-
| ১৯৮৯ || অসম চৰকাৰৰ শিল্পী পেন্সন
|-
| ২০০৪ || প্ৰণৱ বৰুৱা বঁটা
|-
| ২০০৫ || বিষ্ণুৰাভা বঁটা
|-
| ২০০৭ || লিঅ’ এক্সপ’ বঁটা
|-
| ২০০৮ || জ্যোতিৰূপা শিল্পী বঁটা<br />ৰবীন্দ্ৰ জয়ন্তী শিল্পী সন্মান
|-
| ২০১৬ || চাটক বঁটা<br /> অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপ প্ৰদান
|}
 
[[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালয়ৰ]] সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।<ref name="অসমীয়া প্ৰতিদিন"/>
 
==মৃত্যু==
২০২১ চনৰ ৫ জুন তাৰিখে বৰুৱাৰ দেহত কভিড' ৰোগ ধৰা পৰে। ক'ভিডৰ পিছত হোৱা স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি , ২০২২ চনৰ ২৮ অক্টোবৰ, শুকুৰবাৰৰ বিয়লি ৩-১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীলপৱন বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।<ref>{{cite web | url=https://assam.news18.com/news/assam/renowned-artist-neelpaban-baruah-no-more-dies-at-gmch-gb-261361.html | title=বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই, জিএমচিএইচত শেষনিশ্বাস ত্যাগ | publisher=https://assam.news18.com/ | date=২৮ অক্টোবৰ, ২০২২ | accessdate=২৮ অক্টোবৰ, ২০২২}}</ref> মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। অসম চৰকাৰে ৰাজ্যিক মৰ্য্যদাৰে বৰুৱাৰ শেষ কৃত্য সম্পন্ন কৰে।