২৬ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Calendar|month=02|lk=on|float=right}}
'''২৬ ফেব্ৰুৱাৰী''' {{En|26 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৫৭তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৮টা দিন ([[অধিবৰ্ষ]]ত ৩০৯ দিন) বাকী থাকে।
 
==জন্ম==
* ১৯৫৭ - [[শক্তিকান্ত দাস]], ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
* ১৯৯৪ - [[বজৰং পুনিয়া]], ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু।
 
==মৃত্যু==
#* ১৮৫৮ চনৰ আজিৰ দিনটোত- [[মণিৰাম দেৱান আৰু পিয়লি বৰুৱা]], ভাৰতৰ ফাঁচীস্বাধীনতা দিয়াসংগ্ৰামৰ হৈছিল।শ্বহীদ।
* ১৮৫৮ - [[পিয়লি বৰুৱা]], ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
* ১৯৬৬ - [[বিনায়ক দামোদৰ সাভাৰকাৰ]], ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী।
* ১৯৮১ - [[বেণুধৰ শৰ্মা]], অসমীয়া সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী।
* ১৯৮৩ - [[নন্দ তালুকদাৰ]], অসমৰ গৱেষক আৰু জীৱনীকাৰ।
* ১৯৮৭ - [[আনন্দীবাঈ যোশী]], প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।
 
==দিৱস==
* মুক্তি দিৱস ([[কুৱেইট]])।
 
==অন্যান্য==
==তথ্য সংগ্ৰহ==
{{Reflist}}