২৬ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
২৬ ফেব্ৰুৱাৰী (ইংৰাজী: 26 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৮টা দিন (অধিবৰ্ষত ৩০৯ দিন) বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭৭৫ - বালাম্বাংগন দ্বীপত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা মৰো জলদস্যুৰ দ্বাৰা ধ্বংস কৰা হয়।[1]
জন্ম
সম্পাদনা কৰক- ১৯৫৭ - শক্তিকান্ত দাস, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৯৪ - বজৰং পুনিয়া, ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু।
মৃত্যু
সম্পাদনা কৰক- ১৮৫৮ - মণিৰাম দেৱান, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
- ১৮৫৮ - পিয়লি বৰুৱা, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
- ১৯৬৬ - বিনায়ক দামোদৰ সাভাৰকাৰ, ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী।
- ১৯৮১ - বেণুধৰ শৰ্মা, অসমীয়া সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী।
- ১৯৮৩ - নন্দ তালুকদাৰ, অসমৰ গৱেষক আৰু জীৱনীকাৰ।
- ১৯৮৭ - আনন্দীবাঈ যোশী, প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।
- ২০২৪ - পঙ্কজ উধাছ, প্ৰখ্যাত গজল গায়ক। [2]
দিৱস
সম্পাদনা কৰক- মুক্তি দিৱস (কুৱেইট)।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Warren, James Francis (1981). The Sulu Zone, 1768-1898: The Dynamics of External Trade, Slavery, and Ethnicity in the Transformation of a Southeast Asian Maritime State. প্ৰকাশক Singapore: NUS Press. পৃষ্ঠা. 36.
- ↑ "Pankaj Udhas, famous ghazal and playback singer, dies due to prolonged illness at 72". https://www.indiatvnews.com/entertainment/news/pankaj-udhas-famous-ghazal-and-playback-singer-dies-due-to-prolonged-illness-at-72-2024-02-26-918704.