কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
1 নং শাৰী:
{{Infobox book
| name = কীৰ্তন ঘোষা
| image = [[Image:Kirtan.jpg|250px200px]]
| image_caption = কীৰ্তন আৰু নামঘোষা
| author = [[শ্ৰীমন্ত শংকৰদেৱ]]
7 নং শাৰী:
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| subject = ধৰ্ম গ্ৰন্থ
| genre = বৈষ্ণববৈষ্ণৱ সাহিত্য
| publisher =
| pub_date =
21 নং শাৰী:
}}
 
'''কীৰ্তন-ঘোষা''' হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়<ref name=barman>{{Harvcolcite book| last = Barman | first = Sivnath | title = An Unsung Colossus: An Introduction to the Life and Works of Sankaradeva | publisher = Forum for Sankaradeva Studies | year = 1999|pp location = Guwahati | isbn =118–119 }}</ref>।
 
প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য [[মাধৱদেৱ]]এ তেওঁৰ ভাগিনিয়েক [[ৰামচৰণ ঠাকুৰ]]ক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ
হাতত দিয়ে।
 
==ইতিহাস==
==কীৰ্তনসমূহ==
চৰিত পুথিৰ মতে জগদীশ মিশ্ৰৰ পৰা শ্ৰীধৰী টীকা সম্বলিত 'ভাগৱত' গ্ৰন্থ পোৱাৰ আগতেই শঙ্কৰদেৱে কীৰ্তন ৰচনা কৰিবলৈ লয়<ref name=bhakat>{{cite book | title=কীৰ্ত্তন-এক সমীক্ষাত্মক আলোচনা | publisher=চন্দ্ৰ প্ৰকাশ | author=ড: দ্বিজেন্দ্ৰ নাথ ভকত | year=১৯৯৮ | location=পানবজাৰ, গুৱাহাটী | pages=১}}</ref>। গুৰুজনাৰ জীৱনকালত কীৰ্তনৰ বিভিন্ন খণ্ড বৰদোৱাৰ পৰা কোচবিহাৰলৈকে বেলেগ বেলেগ ঠাইত পৃথক পুথিৰূপে প্ৰচলিত আছিল। শঙ্কৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে সেইবোৰ সংগ্ৰহ কৰি এখন সুকীয়া গ্ৰন্থত পৰিণত কৰে<ref name=bhakat/>।
কীৰ্তন ঘোষাত ২৬ টা অধ্যায় আৰু ২৯ টা কীৰ্তন খণ্ড সন্নিৱিষ্ট হৈছে। ইয়াৰে দুটা বাদ দি আনকেইটাৰ ৰচনা শ্ৰীমন্ত শংকৰদেৱৰ। বাকী দুটা ক্ৰমে [[ৰত্নাকৰ কন্দলী]] আৰু মাধৱদেৱে ৰচনা কৰে। কোনো কোনো ভাগত [[শ্ৰীধৰ কন্দলী]]য়ে ৰচনা কৰা কীৰ্তনৰ অংশও সন্নিৱিষ্ট হৈছে।<ref name=barman/>
 
শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ড<sup>০</sup> [[মহেশ্বৰ নেওগ]]দেৱে শংকৰী সাহিত্যৰ এটি কালানুপাত বিভাজন কৰিছে<ref>{{cite book | title=অসমীয়া সাহিত্যৰ ৰূপ ৰেখা | publisher=চন্দ্ৰপ্ৰকাশ | author=ড: মহেশ্বৰ নেওগ | year=১৯৭০ | pages=৮৭}}</ref>। তেখেতৰ মতে খণ্ডবোৰৰ ৰচনাকাল এনেধৰণৰ-
# আদি বা [[বাৰভূঞা ৰাজ্য]]ত কটোৱা কাল (১৪৩৮ শকলৈকে): এই সময়ত শঙ্কৰদেৱে হৰমোহন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলন আদি ৰচনা কৰে।
# মধ্য বা [[অসম]] ৰাজ্যত কটোৱা কাল (১৪৩৮ৰ পৰা ১৪৬৫ শকলৈকে): এই সময়ছোৱাত শঙ্কৰদেৱে পাষণ্ড মৰ্দন, নাম-অপৰাধ, শিশুলীলা আদি খণ্ড ৰচনা কৰে।
# শেষ বা [[কোচ ৰাজ্য]]ত কটোৱা কাল (১৪৬৫ৰ পৰা ১৪৯০ শক): এই সময়ত জৰাসন্ধ বধ, কালযবন বধ, স্যামন্তক হৰণ আদি ৰচনা কৰে।
 
==অধ্যায়সমূহ==
কীৰ্তন ঘোষাত ২৬২৭ টা অধ্যায় আৰু ২৯ টা কীৰ্তন খণ্ড সন্নিৱিষ্ট হৈছে। ইয়াৰে দুটা বাদ দি আনকেইটাৰ ৰচনা শ্ৰীমন্ত শংকৰদেৱৰ। বাকী দুটা ক্ৰমে [[ৰত্নাকৰ কন্দলী]] আৰু মাধৱদেৱে ৰচনা কৰে। কোনো কোনো ভাগত [[শ্ৰীধৰ কন্দলী]]য়ে ৰচনা কৰা কীৰ্তনৰ অংশও সন্নিৱিষ্ট হৈছে।<ref name=barman/>
কীৰ্তনসমূহঅধ্যায়সমূহ হ’ল:
 
*চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা,বৰ্ণন
*নাম অপৰাধ
*নামাপৰাধ বৰ্ণনা
*পাষণ্ড মৰ্দন
*ধ্যান-বৰ্ণনা বৰ্ণন
*অজামিল উপাখ্যান
*প্ৰহ্লাদ চৰিত্ৰচৰিত,
*গজেন্দ্ৰ উপাখ্যান
*গজেন্দ্ৰোপাখ্যান
*হৰমোহন
*বলিছলন
*শিশুলীলা
*ৰাসক্ৰীড়া
*কংস বধ
*কংসবধ
*গোপী-উদ্ধৱ সংবাদ
*কুঁজীৰ বাঞ্চা পূৰণ
*অক্ৰুৰৰ বাঞ্চা পূৰণ
*জৰাসন্ধৰ যুদ্ধ
*কালযৱনকালযবন বধ
*মুচুকুণ্ডমুচুকুন্দৰ স্তুতি
*স্যামন্তক হৰণ
*নাৰদৰ কৃষ্ণ দৰ্শন
*বিপ্ৰ পুত্ৰ আনয়ণ
*বিপ্ৰপুত্ৰ আনয়ন
*বিপ্ৰ দামোদৰ আখ্যান
*বেদস্তুতি
*দৈৱকীৰ পুত্ৰ আনয়নআনয়ণ
*বেদস্তুতি
*লীলামালা
*কৃষ্ণলীলা মালা
*শ্ৰীকৃষ্ণশ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ
*ওৰেষা বৰ্ণনা
*উৰেষা বৰ্ণন
*সহস্ৰ নাম বৃত্তান্ত
*ভাগৱতৰ তাত্‍পৰ্য
*ঘুনুচা কীৰ্তন
==বিষয়বস্তু==
Line 66 ⟶ 75:
 
==তথ্যসূত্ৰ==
{{reflist}}
<references/>
{{refbegin}}
*{{cite book
| last = Barman
| first = Sivnath
| title = An Unsung Colossus: An Introduction to the Life and Works of Sankaradeva
| publisher = Forum for Sankaradeva Studies
| year = 1999
| location = Guwahati
| isbn = }}
{{refend}}
 
[[category:সাহিত্য]]