ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

103 নং শাৰী:
 
:মই ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ভাইচ প্ৰেচিদেন্তক কৈ থৈছো, অঞ্জল বৰা দা আপুনি কাক কাক কৈছে তেওলোকক মোৰ সৈতে যোগাযোগ কৰিবলৈ কব মই কাইলৈ বা পৰহি বিশ্ববিদ্যালয় গৈ আছো, তেওঁলোকক মই নিজে লগ ধৰিম । গোহাৰি খন কেনেকুৱা হব লাগিব বাৰু ? মই ফেচবুকত লিখাৰ নিচিনা হলে হবনে ? সকলোৰে সুধিবাৰ বাবে মোৰ মবাইল নংটো ইয়াতে দিলো 9864917706 । আৰু এটা কথা মানুহ 15 জনতকৈ বেছি হব যেন লাগিছে গতিকে অলপ ধনৰ প্ৰয়োজন হব, 15 জনমান হলে কথা নাছিলে মই চলাই দিব পাঅৰিলো হেতেন, পঙ্কজ শৰ্মা দায়ে অলপ সহায় কৰিব বুলি কৈছে, যদি আৰু টকাৰ প্ৰয়োজন হয় তেনেহলে কি কৰা যাব বাৰু । [[সদস্য:Jpnath008|Jyoti Prakash Nath]] 11:37, 21 জানুৱাৰী 2012 (UTC)
 
: যিহেতু আলোচনা পৃষ্ঠাটো পুনৰোদ্ধৰ হ’ল, সেয়ে উপৰোক্ত আলোচনাবোৰ আলোচনা পৃষ্ঠালৈ নিয়াটো উচিত হ’ব নেকি?
[[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া)]] 18:24, 23 জানুৱাৰী 2012 (UTC)
 
==প্ৰস্তাৱিত কাৰ্যসূচী==
# সদস্যসকলক আদৰণি। চিজু এলেক্সক গামোছা পিন্ধাব লাগিব। (জ্যোতি, এখন গোটাবাই। নাপাহৰিবা !)