ৱিকিপিডিয়া:সহায়িকা/সম্পাদনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ভাঙনি
2 নং শাৰী:
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000">
{{TOCright}}
[[File:পৃষ্ঠা_সম্পাদনা.png|right|thumb|360px|প্ৰবন্ধত সালসলনি কৰিবলৈ "সম্পাদনা" টেব্‌টো ক্লিক কৰক]]
[[File:Edit-this-page-large.png|right|thumb|360px|Click the "Edit" tab to change an article]]
কেইখনমান [[:en:Wikipedia:Protection policy|সুৰক্ষিত পৃষ্ঠা]]ৰ বাহিৰে সকলো পৃষ্ঠাতে সম্পাদনা কৰিবলৈ "'''''সম্পাদনা '''''" টেব্‌ এটা থাকে। এইটো [[ৱিকিপিডিয়া]]ৰ সকলোতকৈ প্ৰাথমিক বৈশিষ্ট আৰু ই আপোনাক কোনো প্ৰবন্ধ শুধৰাবলৈ আৰু তাত তথ্যাদি যোগ কৰিবলৈ সুযোগ দিয়ে। আপুনি প্ৰবন্ধ এটাত তথ্য যোগ কৰিলে অৱশ্যেই [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|তথ্যউৎস উল্লেখ কৰিব]] কাৰণ [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|উৎসৰ উল্লেখ নথকা তথ্য আঁতৰাই দিয়া হ'ব পাৰে]]। গতিকে স্পষ্টভাৱে তথ্যসূত্ৰ উল্লেখ কৰক।
With the exception of a few [[Wikipedia:Protection policy|protected pages]], every page has an "'''''Edit '''''" tab which lets you edit the page you are looking at. It is [[Wikipedia]]'s most basic feature, and allows you to make corrections and add facts to articles. If you add information to an article, [[Wikipedia:Citing sources|please provide references]], because [[Wikipedia:Verifiability|unreferenced facts can be removed]]. So be clear and provide references.
 
সম্পাদনাৰ আখৰা কৰিবলৈ [[Wikipedia:Tutorial/Editing/sandbox|পৰীক্ষাগাৰলৈ]] যাওক আৰু "''সম্পাদনা''" টেব্‌টো ক্লিক কৰক। আপুনি "''সম্পাদনা''" টেব্‌টো ক্লিক কৰাৰ লগে লগে সেই পৃষ্ঠাৰ পাঠ্য থকা এখন সম্পাদনা ৱিণ্ড' এখন খোল খাব। কিবা আমোদজনক বা আগ্ৰহজনক কথা টাইপ কৰক। এতিয়া '''পৃষ্ঠা সাঁচক''' বুটামটো টিপি আপোনাৰ কামৰ নমুনা চাওক!
To practice editing, go to the [[Wikipedia:Tutorial/Editing/sandbox|sandbox]] and click the "''Edit''" tab. When you click the "''Edit''" tab, that will open an editing window containing the text for that page. Type in something fun and interesting, or just replace words for your own words. Now click the '''Save page''' button and see what you have done!
 
==সম্পাদনা সাৰাংশ==
==Edit summary==
আপুনি ওপৰত কৰা পৰীক্ষামূলক সম্পাদনাটোত দুটা কথা বাদ দিয়া হৈছিল যি দুটা আপুনি কোনো প্ৰবন্ধ বা ৰাইজে পঢ়া আন পৃষ্ঠা সম্পাদনা কৰোঁতে অৱশ্যেই কৰিব লাগে। গতিকে পুনৰ "সম্পাদনা" টেব্‌টো ক্লিক কৰক, অলপ পাঠ লিখক আৰু এই দুটা অতিৰিক্ত কাম কৰক।
Your first practice edit (above) left off two steps that you should do if you are editing an article or other page that people will read. So click the "Edit" tab again, enter some text, and then do those two additional steps.
 
প্ৰথমতে, আপুনি এখন পৃষ্ঠা সম্পাদনা কৰোঁতে আপুনি কৰা সালসলনিৰ ব্যাখ্যা '''[[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]]''' পেৰাত (যিটো সম্পাদনা ৱিণ্ড'ৰ তলতে থাকে) লিখাটো [[Wikipedia:শিষ্টাচাৰ|শিষ্টাচাৰ]] (বা "ৱিকিচাৰ!") বুলি গণ্য কৰা হয়। আপোনাৰ ব্যাখ্যা চুটি হ'লেও কথা নাই। যেনে- যদি আপুনি এটা বানান শুদ্ধ কৰিছে, তেন্তে কেৱল ''বানান'' বা ''বৰ্ণাশুদ্ধি'' বুলি লিখি থওক। আকৌ যদি আপুনি কৰা সালসলনি বানান বা ব্যাকৰণ শুদ্ধ কৰাৰ নিচিনা সৰু হয়, তেন্তে "এইটো এটা [[সহায়:অগুৰুত্বপূৰ্ণ সম্পাদনা|অগুৰুত্বপূৰ্ণ সম্পাদনা]]" শাৰীটো চিহ্নিত কৰক। (আপুনি লগ্ ইন্‌ কৰিলেহে এই শাৰীটো দেখা পাব।) আপোনাৰ পৰীক্ষাগাৰৰ সম্পাদনাৰ বাবে "''পৰীক্ষা''" জাতীয় সম্পাদনা সাৰাংশ লিখক।
First, any time you edit a page, it is considered good [[Wikipedia:Etiquette|etiquette]] (or "Wikiquette") to enter an explanation of your changes in the '''[[Help:Edit summary|Edit summary]]''' box, which you'll find below the edit window. It's okay for your explanation to be quite short. For example, if you are making a spelling correction, you might just type "typo". Also, if the change you have made to a page is minor, such as correcting a spelling or grammar error, it's helpful if you check the box "This is a [[Help:Minor edit|minor edit]]". (This box is only available if you have logged in.) For your sandbox edit, you probably want an edit summary such as "''Testing''".
 
==খচৰা দেখুৱাওক==
==Show preview==
[[File:খচৰা.png|thumb|right|600px|"[[:en:Help:Show preview|খচৰা দেখুৱাওক]]" বুটামটো ''পৃষ্ঠা সাঁচক'' বুটামৰ সোঁফালে আৰু [[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]] বুটামৰ তলত আছে।]]
[[File:Mediawiki-button-preview.png|thumb|right|600px|The "[[Help:Show preview|Show preview]]" button is right next to the "save page" button and below the [[Help:Edit summary|edit summary]] field.]]
দ্বিতীয়তে, আপুনি সদায় '''[[:en:Help:Show preview|খচৰা দেখুৱাওক]]''' বুটামটো ব্যৱহাৰ কৰিব লাগে। আপুনি [[Wikipedia:Tutorial/Editing/sandbox|পৰীক্ষাগাৰৰ]] সম্পাদনা পেৰাত সালসলনি কৰাৰ পিছত '''পৃষ্ঠা সাঁচক''' বুটামৰ পৰিৱৰ্তে '''{{Mediawiki:Showpreview}}'''<!-- Can someone put an actual button here to make things clear to newusers? --> বুটাম টিপক। এনে কৰিলে পৃষ্ঠাখন সাঁচি ৰখাৰ পিছত কেনে দেখা যাব সেয়া ''প্ৰাক্‌দৰ্শন'' কৰিব পাৰিব। ভুল আমি সকলোৱে কৰোঁ; কিন্তু ভুলটো আনে দেখাৰ আগতেই এই নিয়মটোৱে আপোনাক সেয়া শুধৰাবলৈ সুযোগ দিব। খচৰা চাই ল'লে আপুনি [[সহায়:পৃষ্ঠা ইতিহাস|পৃষ্ঠা ইতিহাস]] ভৰাই নিদিয়াকৈ সজ্জা বা অন্যান্য সম্পাদনা কৰিব পাৰিব। কিন্তু প্ৰাক্‌দৰ্শন কৰাৰ পিছত আপোনাৰ সম্পাদনা সাঁচি ৰাখিবলৈ নাপাহৰিব!
Second, you should always use the '''[[Help:Show preview|Show preview]]''' button. After you've entered a change in the edit box for the [[Wikipedia:Tutorial/Editing/sandbox|sandbox]], click the <!-- Can someone put an actual button here to make things clear to newusers? -->'''{{Mediawiki:Showpreview}}''' button instead of '''Save Page'''. This lets you see what the page will look like after your edit, ''before'' you actually save. We all make mistakes; this feature helps you catch them before other people see them. Using Show Preview before saving also lets you try format changes and other edits without cluttering up the [[Help:Page history|page history]]. Do not forget to save your edits after previewing, though!
 
== পৃষ্ঠা সাঁচক ==
== Save the page ==
সম্পাদনা সাৰাংশ লিখা হ'ল? খচৰা চোৱা হ'ল? তেন্তে আপুনি অন্তিম কামটো কৰিব পাৰে: '''পৃষ্ঠা সাঁচক''' বুটামটো টিপি দিয়ক।
Done the edit summary? Previewed the page? Then you're ready for the final step: click the '''Save page''' button.
 
{{-}}
<div style="float:left; align:left; margin-top: -1.5em; background-color: #f5faff; padding: .2em .6em; font-size: 130%; border: 1px solid #cee0f2;">'''Try editing in the [[Wikipedia:Tutorial/Editing/sandbox|sandboxপৰীক্ষাগাৰত]] সম্পাদনা কৰিবলৈ চেষ্টা কৰক'''</div>
 
গতিকে, [[ৱিকিপিডিয়া:সহায়িকা/আংগিক |আহক, আংগিক সজ্জা গঠন শিকোঁ আহক]]!