ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বিস্তাৰ
1 নং শাৰী:
{{cleanup}}

{{Infobox Parliament
|name = ৰাজ্যসভা
Line 25 ⟶ 27:
| election4 = ৩ জুন ২০০৯<ref name="Rajya Sabha">{{cite web|title=RAJYA SABHA - AN INTRODUCTION|url=http://rajyasabha.nic.in/rsnew/about_parliament/rajya_sabha_introduction.asp|publisher=rajyasabha.nic.in|accessdate=19 August 2011}}</ref>
|members = ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত)
|political_groups1 = [[সংযুক্ত প্ৰগতিশীল জোটবন্ধন]]
[[জাতীয় গণতান্ত্ৰিক জোটবন্ধন]]
[[বামফ্ৰন্ট]]
|election3 =
|meeting_place = ৰাজ্যসভা কক্ষ, [[সংসদ ভৱন]], সংসদ মাৰ্গ, [[নতুন দিল্লী]]
Line 31 ⟶ 33:

'''ৰাজ্যসভা''' হৈছে [[ভাৰতীয় সংসদ]]ৰ উচ্চ সদন। [[ভাৰতৰ উপ-ৰাষ্ট্ৰপতি]] হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]]য়ে মনোনিত কৰে, বাকীসকলক ৰাজ্যবোৰৰ [[বিধানসভা]]ৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ [[ভাৰতৰ প্ৰধান মন্ত্ৰী | প্ৰধান মন্ত্ৰী]]ৰ পৰামৰ্শ মতে মনোনীত কৰে । বাকী নিৰ্বাচিত সদস্যসকলৰ যোগ্যতা হিচাপে তেওঁলোকৰ বয়স নুন্যতম ৩০ বছৰ হ’ব লাগিব আৰু ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক ।

==সদস্য সংখ্যা==
ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।
ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]]য়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ [[বিধানসভা]]ৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ [[ভাৰতৰ প্ৰধান মন্ত্ৰী | প্ৰধান মন্ত্ৰী]]ৰ পৰামৰ্শ মতে মনোনীত কৰে।

== সদস্য হোৱাৰ যোগ্যতা ==
[[ভাৰতৰ উপ-ৰাষ্ট্ৰপতি]] হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম্-কাজ চলে।
সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ [[ভাৰত|ভাৰতীয় প্ৰজাতন্ত্ৰৰ]] নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।

==কাৰ্যকাল==
ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।

== ক্ষমতা আৰু দায়িত্ব ==
ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা [[লোকসভা]]ৰ দ্বৰেইদৰেই । অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই ।নাই। চৰকাৰৰ বিপক্ষে অনস্থাঅনাস্থা প্ৰস্তাৱ প্ৰস্তাব ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।

===দল অনুযায়ী সদস্যপদ===
ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।<ref>[http://164.100.47.5:8080/members/PartyPosition.asp Source: Election Commission of India]</ref>
{| class="wikitable" border="1"

!style="background-color:#E9E9E9" align=left valign=top|বন্ধন (২০১০ চনৰ নিৰ্বাচনৰ পৰ)
!style="background-color:#E9E9E9" align=left valign=top|দল
!style="background-color:#E9E9E9" align=right|সাংসদ

|align=left rowspan=6 valign=top|[[সংযুক্ত গণতান্ত্ৰিক বন্ধন]]
'''আসন:''' ৯১
|align=left| [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
| ৭১

|align=left| [[জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী]]
| ৭

|align=left| [[দ্ৰাবিড় মুন্নেত্ৰা কড়গম]]
| ৭

|align=left| [[সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ]]
| ৩

|align=left| [[জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স]]
| ২

|align=left| [[বড়োলেণ্ড পিপল’ছ ফ্ৰন্ট]]
| ১

|align=left rowspan=7 valign=top|[[জাতীয় গণতান্ত্ৰিক বন্ধন]]
'''আসন:''' ৬৯
|align=left| [[ভাৰতীয় জনতা পাৰ্টি]]
| ৫১

|align=left| [[জনতা দল (সংযুক্ত)]]
| ৭

|align=left| [[শিৱসেনা]]
| ৪

|align=left| [[শিৰোমণি অকালি দল]]
| ৩

|align=left| [[অসম গণ পৰিষদ]]
| ২

|align=left| [[ৰাষ্ট্ৰীয় লোক দল]]
| ১

|align=left| [[ভাৰতীয় জাতীয় লোক দল]]
| ১

|align=left rowspan=6 valign=top | তৃতীয় ফ্ৰন্ট
'''আসন:''' ৩৪
|align=left| [[ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)]]
| ১৩

|align=left| [[বিজু জনতা দল]]
| ৬

|align=left| [[ভাৰতৰ কমিউনিষ্ট পাৰ্টি]]
| ৫

|align=left| [[অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কড়গম]]
| ৫

|align=left| [[তেলুগু দেশম পাৰ্টি]]
| ৪

|align=left| [[সাৰা ভাৰত ফৰৱাৰ্ড ব্লক]]
| ১

|align=left rowspan=7 valign=top|অন্যান্য
'''আসন:''' ৩২
|align=left| [[সমাজবাদী পাৰ্টি]]
| ৫

|align=left| [[বহুজন সমাজ পাৰ্টি]]
| ১৮

|align=left| [[ৰাষ্ট্ৰীয় জনতা দল]]
| ৪

|align=left| [[লোক জনশক্তি পাৰ্টি]]
|২

|align=left| [[মিজো নেশ্যনেল ফ্ৰন্ট]]
| ১

|align=left| [[ছিক্কিম ডেমোক্ৰেটিক ফ্ৰন্ট]]
| ১

|align=left| [[নাগালেণ্ড পিপল’ছ ফ্ৰন্ট]]
| ১

|align=left rowspan=1 valign=top|মনোনীত
|align=left|
| ৮

|align=left rowspan=1 valign=top|অন্যান্য দল আৰু নিৰ্দলীয়
|align=left|
| ৬

|align=left rowspan=1 valign=top|খালি আসন
|align=left|
| ১

|align=left rowspan=1 valign=top|'''সৰ্বমুঠ'''
|align=left|
|২৪৫

==আৰু চাওক==
* [[ৰাজ্যসভা সদস্য]]
* [[লোকসভা]]
* [[ভাৰতৰ ৰাজনীতি]]
* [[ভাৰতীয় সংসদ]]
* [[ভাৰতত আইন প্ৰণয়ন প্ৰক্ৰিয়া]]

==তথ্য সংগ্ৰহ==
Line 46 ⟶ 166:
==আৰু পঢ়ক==
* [http://links.jstor.org/sici?sici=0362-9805(198502)10%3A1%3C53%3ATNMOIC%3E2.0.CO%3B2-F The Nominated Members of India's Council of States: A Study of Role-Definition] J. H. Proctor, Legislative Studies Quarterly, Vol. 10, No. 1, Feb., 1985), pp. 53-70.

==বাহ্যিক সংযোগ ==
*[http://twocircles.net/2009sep18/report_card_muslim_members_rajya_sabha_during_july_aug_09_session.html Report card: Muslim Members of Rajya Sabha during July-Aug ’09 session] - TCN News
Line 54 ⟶ 173:
*[http://rajyasabha.nic.in/whoswho/hindiwhoswho.htm Nominated members list]
*[http://164.100.24.167:8080/members/StatewiseList.asp State wise list]

{{India topics}}
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে