এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্যপেৰা যোগ আৰু সজ্জা
No edit summary
1 নং শাৰী:
{{Infobox disease
|Name = এইড্‌ছ
|Name = Acquired immunodeficiency syndrome (AIDS)
|Image = Red_Ribbon.svg
|Caption = The [[Red ribbon#Awareness symbol|red ribbon]] is a symbol for [[solidarity]] with HIV-positive people and those living with AIDS.
30 নং শাৰী:
STI/STD: [[Sexually transmitted disease|Sexually transmitted infection]]/disease
|}
{{Spoken Wikipedia|En-AIDS.ogg|2012-04-10}}
 
[[File:AIDS 20034.gif|AIDS 20034.gif]]
 
'''এইডছ''' (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, '''Acquired''' অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ব বা অৰ্জন কৰি লোৱা ৰোগ । '''Immune''' শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷ প্রত্যেক মানুহৰ দেহত ৰোগ প্রতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে । তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্রত বিশেষ ভূমিকা লয় । বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাচ, বেক্টেৰিয়া, প্রট'য'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক সদায়ে আক্রমণ কৰিবলৈ চেষ্টা কৰে । এই বাহ্যিক শত্রুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্রতিৰোধ কৰে । তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্রতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্রতিৰোধকাৰী প্রক্রিয়াটোক Immune System বোলা হয় । '''Deficiency'''-য়ে অভাৱ বুজায় আৰু '''Syndrome''' মানে লক্ষণ ৷
Line 89 ⟶ 86:
*http://www.nlm.nih.gov/medlineplus/ency/article/003538.htm
 
 
[[শ্ৰেণী:চিকিৎসা বিজ্ঞান]]
[[শ্ৰেণী:ৰোগ]]
[[শ্ৰেণী:যৌনৰোগ]]