লিছিয়া ম’ন’পেটেলা (Litsea monopetala) হৈছে লিছিয়া (Litsea) গণৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ অসমীয়া নাম হৈছে সোঁৱালু। ইয়াক নেপালৰ অৰণ্যত পোৱা যায়। নেপালৰ বাহিৰেও কোমাওনৰ পৰা চিকিম, বাংলাদেশ, বাৰ্মা আৰু দক্ষিণ-পূৱ চীন[1] ভাৰততো এই উদ্ভিদ পোৱা যায়।[2] মুগা পলুৱে এই গছৰ পাত খায়।

সোঁৱালু
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Magnoliids
বৰ্গ: Laurales
পৰিয়াল: Lauraceae
গণ: Litsea
প্ৰজাতি: L. monopetala
বৈজ্ঞানিক নাম
Litsea monopetala

ই প্ৰায় ১৮ মিটাৰলৈকে ওখ আৰু ব্যাসাৰ্ধ প্ৰায় ৬০ চেমি. হয়। কাঠৰ ঘনত্ব প্ৰায় ১৫% আৰু আৰ্দ্ৰতা ৫৪০ kg/cbm হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক