শিশু দিৱস (ইংৰাজী: Children's Day) হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল। ১৯৫০ চনৰ পৰা প্ৰায়বোৰ কমিউনিষ্ট আৰু উত্তৰ-কমিউনিষ্ট দেশতে ১ জুনত ইয়াক উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশুৰ অধিকাৰ ঘোষণাৰ স্মৃতিত ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰে। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। শিখসকলে ২০ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ গুৰু গোবিন্দ সিংহৰ পুত্ৰৰ স্মৃতিত শিশু সপ্তাহ পালন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জুন মাহৰ দ্বিতীয় দেওবাৰে শিশু দিৱস পালন কৰা হয়। ভাৰতত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰশিশু দিৱস পালন কৰা হয়।

বিশ্ব শিশু দিৱস
বিশ্ব শিশু দিৱস
ইউক্ৰেইনৰ শিশু দিৱস
সম্পূৰ্ণ নাম বিশ্ব শিশু দিৱস
অন্য নাম সৰ্বজনীন শিশু দিৱস
পালন কৰে আন্তৰ্জাতিক
প্ৰকাৰ সাংস্কৃতিক, বাণিজ্যিক
তাৰিখ ২০ নৱেম্বৰ , ২০ ডিচেম্বৰ - ২৭ ডিচেম্বৰ
অৱধি এক সপ্তাহ
সংঘটন বাৰ্ষিক

বিশ্বৰ বিভিন্ন দেশৰ শিশু দিৱস সম্পাদনা কৰক

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী
তাৰিখ দেশ
জানুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰ

  বাহামাছ[1]

১১ জানুৱাৰী

  তুনিছিয়া[2]

জানুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ

  থাইলেণ্ড[3]

ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দেওবাৰ

  কুক দ্বীপসমূহ
  নাউৰু
  নিউৱে
  ট'কেলাউ
  কেমেন দ্বীপপুঞ্জ

১৩ ফেব্ৰুৱাৰী

  ম্যানমাৰ[4]

মাৰ্চমাহৰ প্ৰথম দেওবাৰ

  নিউজিলেণ্ড

১৭ মাৰ্চ

  বাংলাদেশ

২১ মাৰ্চ   লিবিয়া[5]
৪ এপ্ৰিল
  •   টাইৱান
  •   হংকং
৫ এপ্ৰিল

  পেলেষ্টেনিয়ান অঞ্চলসমূহ

১২ এপ্ৰিল
  •   বলিভিয়া
  •   হাইটি
এপ্ৰিল মাহৰ অন্তিম শনিবাৰ[6]

  কলম্বিয়া

২৩ এপ্ৰিল

  তুৰস্ক

৩০ এপ্ৰিল

  মেক্সিকো

৫ মে’
  •   দক্ষিণ কোৰিয়া
  •   জাপান
মে’ মাহৰ দ্বিতীয় দেওবাৰ
  •   স্পেইন
  •   যুক্তৰাজ্য
১০ মে’

  মালদ্বীপ

১৭ মে’

  নৰৱে

২৭ মে’

  নাইজেৰিয়া

মে’ মাহৰ অন্তিম দেওবাৰ

  হাংগেৰী

আৰোহণ দিৱস

  আমেৰিকান চমোৱা
  ফাল্কলেণ্ড দ্বীপপুঞ্জ
  চল’মন দ্বীপপুঞ্জ

১ জুন
  •   আলবেনিয়া
  •   আলজেৰিয়া
  •   আংগলা
  •   আৰ্মেনিয়া
  •   আজেৰবাইজান
  •   বেলাৰুছ
  •   বেনিন
  •   বুলগেৰিয়া
  •   বচনিয়া আৰু হাৰজেগ’ভিনা
  •   চীন[7]
  •   কম্বোডিয়া
  •   চেক গণৰাজ্য
  •   পূৱ টিমুৰ
  •   ইকুৱেডৰ
  •   এষ্ট’নিয়া
  •   ইথিঅ'পিয়া
  •   জৰ্জিয়া (দেশ)
  •   জাৰ্মানী
  •   গুইনিয়া-বিচ্চাও
  •   কাজাখাস্তান
  •   কচভ’ গণৰাজ্য
  •   কুৰ্দিস্তান অঞ্চল
  • [[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান
  •   লাউচ
  •   লাটভিয়া
  •   লেবানন
  •   লিথুৱানিয়া
  •   মাকাও
  •   মলডভা
  •   মংগোলিয়া
  •   মণ্টেনেগ্ৰ
  •   মজাম্বিক
  •   ম্যানমাৰ
  •   নিকাৰাগুৱা
  •   উত্তৰ কোৰিয়া
  •   উত্তৰ মেছেদনীয়া
  •   পোলেণ্ড
  •   পৰ্তুগাল
  •   ৰোমানিয়া
  •   ৰাছিয়া
  •   চাও টম আৰু প্ৰিন্সিপ
  •   ছাৰ্বিয়া
  •   শ্ল'ভাকিয়া
  •   শ্ল’ভেনিয়া
  •   তাজিকিস্তান
  •   তাঞ্জানিয়া
  •   তুৰ্কমেনিস্তান
  •   ইউক্ৰেইন
  •   উজবেকিস্তান
  •   ভিয়েটনাম
  •   য়েমেন
জুন মাহৰ দ্বিতীয় দেওবাৰ

  আমেৰিকা যুক্তৰাষ্ট্ৰ

২৫ জুন

  ছিৰিয়া

১ জুলাই

  পাকিস্তান

জুলাই মাহৰ তৃতীয় দেওবাৰ
  •   কিউবা
  •   পানামা
  •   ভেনিজুৱেলা
২৩ জুলাই

  ইণ্ডোনেছিয়া

২৪ জুলাই

  ভানুৱাটু

আগষ্ট মাহৰ প্ৰথম দেওবাৰ

  উৰুগুৱে

১৬ আগষ্ট

  পাৰাগুৱে

আগষ্ট মাহৰ তৃতীয় দেওবাৰ
  •   আৰ্জেণ্টিনা
  •   পেৰু
৯ ছেপ্টেম্বৰ

  কষ্টা ৰিকা

১০ ছেপ্টেম্বৰ

  হন্দুৰাছ

২০ ছেপ্টেম্বৰ

  অষ্ট্ৰিয়া

  জাৰ্মানী

  ছুইজাৰলেণ্ড

২৫ ছেপ্টেম্বৰ   নেডাৰলেণ্ডচ (Oosterhout)
১ অক্টোবৰ
  •   এল চালভাড’ৰ
  •   গুৱেটমালা
  •   শ্ৰীলংকা
অক্টোবৰ মাহৰ প্ৰথম দেওবাৰ

  ছিংগাপুৰ

অক্টোবৰ মাহৰ প্ৰথম বুধবাৰ (Children's Day recognition and assignation)
আগষ্ট মাহৰ দ্বিতীয় দেওবাৰ (Children's Day observance)

  চিলি

৮ অক্টোবৰ   ইৰান
১২ অক্টোবৰ

  ব্ৰাজিল

অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ

  মালয়েছিয়া

অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ

শিশু সপ্তাহ হিচাপে পালন কৰা হয়

  অষ্ট্ৰেলিয়া[8]
নৱেম্বৰ মাহৰ প্ৰথম শনিবাৰ

  দক্ষিণ আফ্ৰিকা

১১ নৱেম্বৰ

  ক্ৰয়েছিয়া

১৪ নৱেম্বৰ

  ভাৰত

২০ নৱেম্বৰ
  •   আৰৱ বিশ্ব
  •   আজেৰবাইজান
  •   কানাডা[9]
  •   ক্ৰয়েছিয়া
  •   চাইপ্ৰাছ
  •   ডেনমাৰ্ক
  •   ইজিপ্ত
  •   ইথিঅ'পিয়া
  •   ফিনলেণ্ড
  •   ফ্ৰান্স
  •   গ্ৰীচ
  •   Republic of Ireland
  •   ইজৰাইল
  •   ইটালী[10]
  •   কেনিয়া
  •   মালয়েছিয়া
  •   নেডাৰলেণ্ডচ
  •   উত্তৰ মেছেদনীয়া
  •   ফিলিপাইন
  •   ছাৰ্বিয়া
  •   শ্ল’ভেনিয়া
  •   দক্ষিণ আফ্ৰিকা
  •   স্পেইন
  •   ট্ৰিনিদাদ আৰু ট'বেগ'‎
  •   ছুইডেন
  •   সংযুক্ত আৰৱ আমিৰাত
  •   জাম্বিয়া
৫ ডিচেম্বৰ

  ছুৰিনাম

২৩ ডিচেম্বৰ
  •   দক্ষিণ ছুডান
  •   ছুদান
২৫ ডিচেম্বৰ
  •   কংগো গণৰাজ্য
  •   কংগো গণৰাজ্য
  •   কেমেৰুন
  •   বিষুৱীয় গিনি
  •   গেবন
  •   চাদ
  •   চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক
হিন্দু বৰ্ষপঞ্জী
তাৰিখ সমসাময়িক গ্ৰেগৰিয়ান তাৰিখ দেশ
২৯ ভাদ্ৰ

  নেপাল

ভিয়েটনামী বৰ্ষপঞ্জী
তাৰিখ সমসাময়িক গ্ৰেগৰিয়ান তাৰিখ দেশ
অষ্টম মাহৰ ১৫তম দিৱস ২৯ ছেপ্টেম্বৰ ২০২৩
১৭ ছেপ্টেম্বৰ ২০২৪
৬ অক্টোবৰ ২০২৫
  ভিয়েটনাম

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Bahamas celebrates children's health rights for Universal Children's Day – PAHO/WHO | Pan American Health Organization" (en ভাষাত). www.paho.org. http://www.paho.org/en/news/23-11-2019-bahamas-celebrates-childrens-health-rights-universal-childrens-day। আহৰণ কৰা হৈছে: 2020-11-20. 
  2. AnydayGuide. "Children's Day in Tunisia / January 11, 2023" (en-GB ভাষাত). AnydayGuide. https://anydayguide.com/calendar/468। আহৰণ কৰা হৈছে: 2023-03-01. 
  3. "Thai Children's Day 2023" (en-US ভাষাত). Thailand NOW. https://www.thailandnow.in.th/event/thai-childrens-day/। আহৰণ কৰা হৈছে: 2023-03-01. 
  4. AnydayGuide. "Children's Day in Myanmar / February 13, 2023" (en-GB ভাষাত). AnydayGuide. https://anydayguide.com/calendar/3482। আহৰণ কৰা হৈছে: 2023-03-01. 
  5. "الاحتفال بمناسبة عيد الطفل 21 مارس" (ar ভাষাত). Archived from the original on 2020-11-19. https://web.archive.org/web/20201119210043/https://alnosd.org/2016/03/%D8%A7%D9%84%D8%A7%D8%AD%D8%AA%D9%81%D8%A7%D9%84-%D8%A8%D9%85%D9%86%D8%A7%D8%B3%D8%A8%D8%A9-%D8%B9%D9%8A%D8%AF-%D8%A7%D9%84%D8%B7%D9%81%D9%84-21-%D9%85%D8%A7%D8%B1%D8%B3/। আহৰণ কৰা হৈছে: 2020-11-19. 
  6. "LEY 724 DE 2001". Archived from the original on 29 October 2013. https://web.archive.org/web/20131029213230/http://www.secretariasenado.gov.co/senado/basedoc/ley/2001/ley_0724_2001.html। আহৰণ কৰা হৈছে: 4 October 2017. 
  7. "International Children's Day - an official holiday in China". www.advantour.com. https://www.advantour.com/china/holidays/children-day.htm। আহৰণ কৰা হৈছে: 2023-02-16. 
  8. "Children's Week". 24 November 2022. https://www.napcan.org.au/childrensweek/. 
  9. Canada, Public Health Agency of (2009-06-15). "National Child Day". aem. https://www.canada.ca/en/public-health/services/health-promotion/childhood-adolescence/national-child-day.html। আহৰণ কৰা হৈছে: 2020-11-22. 
  10. "Giornata nazionale dei diritti dell'infanzia e dell'adolescenza 2020" (it ভাষাত). www.governo.it. 2020-11-17. http://www.governo.it/it/media/giornata-nazionale-dei-diritti-dellinfanzia-e-delladolescenza-2020/15719। আহৰণ কৰা হৈছে: 2020-11-20.