বিৰোধাভাস, কূট, কূটাভাস বা পেৰাডক্স (ইংৰাজী: Paradox) হৈছে সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাব[1] বা বিৰোধভাস,[2] যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা।[3]

অষ্ট্ৰিয়াৰ গোটচুচেনত অৱস্থিত এক সম্ভৱতঃ অসম্ভৱ বস্তু (পেনৰ'জ ত্ৰিভুজ)

কূট বা পেৰাডক্সৰ উদাহৰণসম্পাদনা কৰক

ৰাছেল (Russell)-ৰ জনপ্ৰিয় পেৰাডক্স বা কূটসম্পাদনা কৰক

(The Berber Paradox) গাঁৱৰ নাপিত এজনে নিয়ম কৰি লৈছে যে তেওঁ কেৱল সেইবিলাক মানুহৰহে ডাঢ়ি খুৰাব যিবিলাকে নিজে নিজৰ ডাঢ়ি নুখুৰায়। প্ৰশ্নটো হ’ল নাপিতজনে নিজৰ ডাঢ়ি খুৰাবনে নাই? যদি নাপিতজনে নিজৰ ডাৰি খুৰায়, তেওঁ কৰি লোৱা নিয়মমতে নিজৰ ডাঢ়ি খুৰাব নালাগিছিল (কাৰণ তেওঁ নিজেই নাপিত)। আকৌ তেওঁ যদি নিজৰ ডাঢ়ি নুখুৰায়, তেওঁৰ নিয়মমতে তেওঁ নিজৰ ডাঢ়ি খুৰাব লাগিছিল। এই পৰিস্থিতি নাপিতজনে কৰিব কি?[4]

ছক্ৰেটিছৰ পেৰাডক্সসম্পাদনা কৰক

“মই এটা কথাই জানো যে, মই একো নাজানো।”

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. গোহাঞি, ড॰ হিৰেন. Anglo-Assamese Dictionary. বনলতা. পৃষ্ঠা. ৩০; ৬০২. 
  2. বৰুৱা, হেমচন্দ্ৰ. হেমকোষ. হেমকোষ প্ৰকাশন. পৃষ্ঠা. ৭৯৫. 
  3. বি. আৰ শৰ্মা, প্ৰণৱ কুমাৰ পেগু. Ajanta Comprehensive Dictionary. অজন্তা প্ৰকাশন. পৃষ্ঠা. ৬৫৯. 
  4. "what is russells paradox". scientificamerican.com. https://www.scientificamerican.com/article/what-is-russells-paradox/.