মিছলীয়া কূট (ইংৰাজী: liar paradox) হৈছে বিৰোধাভাস বা কূটৰ দৰে এক কূটে। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে। “মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মিছা বুলি ধৰোঁ, তেনেহ’লে মই কোৱা কথাষাৰ মিছা। অৰ্থাৎ মই সঁচা কৈছোঁ।[1] এনেধৰণৰ উক্তিবোৰক মিছলীয়া কূট বুলি কোৱা হয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. কলিতা, ড॰ মৃণাল. কূট আৰু ভ্ৰান্তিৰ জগতখন (বাৰ ওঠৰ). সৰস্বতী প্ৰকাশন (দশম সংখ্যা, মাৰ্চ, ২০১৭). পৃষ্ঠা. ১০.