বুধবাৰ
বুধবাৰ ( IPA: [budhabāra] ) হৈছে সপ্তাহৰ এটা দিন যিটো মঙলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি ই সপ্তাহৰ চতুৰ্থ দিন। বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Monier-Williams, Sanskrit-English Dictionary (1899), s.v. vāra.