বৃহস্পতিবাৰ ( IPA: [br̥haspatibāra] ) সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ [1] এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।

হিন্দু গ্ৰহদেৱতা বৃহস্পতি
নৰ্ছ দেৱতা থুনো (নৰ্ছ থৰ)ক চিত্ৰিত কৰা চিত্ৰকলা, যাৰ নামেৰে বৃহস্পতিবাৰৰ নামকৰণ কৰা হৈছে, মাৰ্টেন এস্কিল উইং, ১৮৭২

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Quint, The (22 March 2019). "Happy 'Saka' New Year 1941: Story Behind India's National Calendar" (en ভাষাত). TheQuint. https://www.thequint.com/news/india/indian-national-calendar-saka-calendar-new-year-22-march-1941.