বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্জী সাহিত্যৰ মূল্যায়নলৈকে সামৰা হৈছে। গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণত মুঠ ১১টা অধ্যায় আছে। দ্বিতীয় সংস্কৰণটো প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১৪৬।

বুৰঞ্জী সাহিত্য  
লেখক লীলা গগৈ
ভাষা অসমীয়া
বিষয় বুৰঞ্জী
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৮৮
পৃষ্ঠা সংখ্যা ১৪৬

তথ্য সংগ্ৰহ সম্পাদনা কৰক