বোকাখাত
বোকাখাত (ইংৰাজী: Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷ [1]
বোকাখাত | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৭৬ মিটাৰ (২৪৯ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
8,844 |
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকবোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, যোৰহাট আৰু গুৱাহাটী৷ তাৰোপৰি বোকাখাতৰ নিকটতম ৰে'লৱে ষ্টেচন দুটা হৈছে, বাদুলিপাৰ আৰু ফৰকাটিং৷
জনসংখ্যা
সম্পাদনা কৰক২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷[2]ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ [3]
ৰাজনীতি
সম্পাদনা কৰকবোকাখাত কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
পৰ্যটনস্থলী
সম্পাদনা কৰকবোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ http://bokakhat.gov.in/
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ http://bokakhat.gov.in/