কলিয়াবৰ (লোকসভা সমষ্টি)
কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (ইংৰাজী: Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
সম্পাদনা কৰককলিয়াবৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
- গোলাঘাট বিধানসভা সমষ্টি
- দেৰগাঁও বিধানসভা সমষ্টি
- বোকাখাট বিধানসভা সমষ্টি
- ধিঙ বিধানসভা সমষ্টি
- বটদ্ৰবা বিধানসভা সমষ্টি
- ৰূপহীহাট বিধানসভা সমষ্টি
- চামগুৰি বিধানসভা সমষ্টি
- কলিয়াবৰ বিধানসভা সমষ্টি
- সৰুপথাৰ বিধানসভা সমষ্টি
- খুমটাই বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৬৭ | বেদব্ৰত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৭১ | বেদব্ৰত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৭৭ | বেদব্ৰত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৮০ | বিষ্ণু প্ৰসাদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৮৪ | ভদ্ৰেশ্বৰ তাঁতি | অসম গণ পৰিষদ |
৬ | ১৯৯১ | তৰুণ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৯৬ | কেশৱ মহন্ত | অসম গণ পৰিষদ |
৮ | ১৯৯৮ | তৰুণ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৯ | তৰুণ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ২০০৪ | দীপ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ২০০৪ | দীপ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০১৪ | গৌৰৱ গগৈ[2] | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩ | ২০১৯ | গৌৰৱ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232519/http://eciresults.nic.in/ConstituencywiseS0311.htm?ac=11। আহৰণ কৰা হৈছে: 7 জুন 2014.