ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। ১৯৯৩ চনত মহাবিদ্যালয়খন স্থাপন কৰা হয়।[1]
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৯৩ |
ধৰণ | ৰাজহুৱা |
স্থান | বকুলগুৰি, লখিমপুৰ জিলা, অসম, ভাৰতবৰ্ষ |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
বিভাগ
সম্পাদনা কৰককলা
সম্পাদনা কৰক- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শাৰীৰিক শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Affiliated College of Dibrugarh University". https://www.dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 2020-06-11.
- ↑ "Brahmaputra Degree College". Shiksha.com. https://www.shiksha.com/college/brahmaputra-degree-college-north-lakhimpur-104649/courses/ba-bc। আহৰণ কৰা হৈছে: 19 December 2024.