বৰলা কাই (ধাৰাবাহিক)

অসমীয়া ভাষাৰ ধাৰাবাহিক।

বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।

বৰলা কাই
শৈলী কমেডি
পৰিচালক কল্যাণজ্যোতি বৰা
অভিনয়ত হিৰণ্য ডেকা
পৰাগ শৰ্মা
শীৰ্ষ সংগীত "বৰলা কাই"
সমাপ্তি সংগীত "বৰলা কাই"
দেশ ভাৰত
ভাষা অসমীয়া
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১৪২৫ হৈছে ১৬ নবেম্বৰ ২০১৯
প্ৰযোজনা
দৈৰ্ঘ্য ২০ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল ৰং
প্ৰদৰ্শনৰ সময় ২০১৫ – বৰ্তমান
কালক্ৰম
সংশ্লিষ্ট ধাৰাবাহিক বেহাৰবাৰী আউটপষ্ট

অভিনয়ত সম্পাদনা কৰক

  • হিৰণ্য ডেকা (চুতিয়া ছাৰ আৰু কঠালগুতিয়া)
  • পৰাগ শৰ্মা (ভোলা)
  • কবিন্দ্ৰ দাস (কেৰপা)

লগতে চাওক সম্পাদনা কৰক