বেহাৰবাৰী আউটপষ্ট (ধাৰাবাহিক)

অসমীয়া ভাষাৰ ধাৰাবাহিক

বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।[1][2]

বেহাৰবাৰী আউটপ’ষ্ট
শৈলী হাস্য-ৰসিক
পৰিচালক মনোজ শইকীয়া
অভিনয়ত তলত চাওক
শীৰ্ষ সংগীত "বেহাৰবাৰী আউটপ’ষ্ট"
সমাপ্তি সংগীত "বেহাৰবাৰী আউটপ’ষ্ট"
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ২৩৫২(২৪-০৫-২০২২ পৰ্যন্ত)
প্ৰযোজনা
স্থান গুৱাহাটী, অসম
দৈৰ্ঘ্য ২০ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল ৰেঙণি
প্ৰদৰ্শনৰ সময় ৭ অক্টোবৰ ২০১৩ – বৰ্তমান
কালক্ৰম
সংশ্লিষ্ট ধাৰাবাহিক বৰলা কাই

চৰিত্ৰসমূহ সম্পাদনা কৰক

  • এছআই প্ৰীতম খাৰঘৰীয়া ― আৰক্ষী চকীৰ মুৰব্বী: অভিনয় কৰিছে প্ৰীতম বৰুৱাই।
  • কে.কে. (কৃষ্ণ কমল) খাটনিয়াৰ ― এজন আৰক্ষী: অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মাই।
  • মণি ― কে.কে. খাটনিয়াৰৰ পত্নী: অভিনয় কৰিছে পাপৰি বৰাই।
  • চিআইডি মোহন: অভিনয় কৰিছে দিপজ্যোতি কেওঁটে।
  • কমল ― এজন হাবিলদাৰ।
  • বিউটী বাইলুং: অভিনয় কৰিছে চুমকী কছাৰীয়ে।
  • সুস্মিতা সেন: অভিনয় কৰিছে পাৰবিন চুলতানাই।
  • মুকুতা ― মণিৰ ককায়েক: অভিনয় কৰিছে অশ্বিনী ডেকাই।
  • বসুমতাৰী-দা ― এজন আৰক্ষী।
  • ৰাকেশ: অভিনয় কৰিছে ৰিন্তু বৰাই।
  • নেহা ― বিউটীৰ ভনীয়েক।
  • ইংৰাজী শিক্ষয়িত্ৰী: অভিনয় কৰিছে শ্ৰাৱন্তী শৰ্মাই।

তথ্য সংগ্ৰহ সম্পাদনা কৰক