বেহাৰবাৰী আউটপ’ষ্ট (ধাৰাবাহিক)
অসমীয়া ভাষাৰ ধাৰাবাহিক
(বেহাৰবাৰী আউটপষ্ট (ধাৰাবাহিক)ৰ পৰা পুনঃনিৰ্দেশিত)
বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।[1][2]
বেহাৰবাৰী আউটপ’ষ্ট | |
---|---|
শৈলী | হাস্য-ৰসিক |
পৰিচালক | মনোজ শইকীয়া |
অভিনয়ত | তলত চাওক |
শীৰ্ষ সংগীত | "বেহাৰবাৰী আউটপ’ষ্ট" |
সমাপ্তি সংগীত | "বেহাৰবাৰী আউটপ’ষ্ট" |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ২৩৫২(২৪-০৫-২০২২ পৰ্যন্ত) |
প্ৰযোজনা | |
স্থান | গুৱাহাটী, অসম |
দৈৰ্ঘ্য | ২০ মিনিট |
সম্প্ৰচাৰ | |
মূল ছেনেল | ৰেঙণি |
প্ৰদৰ্শনৰ সময় | ৭ অক্টোবৰ ২০১৩ – বৰ্তমান |
কালক্ৰম | |
সংশ্লিষ্ট ধাৰাবাহিক | বৰলা কাই |
চৰিত্ৰসমূহ
সম্পাদনা কৰক- এছআই প্ৰীতম খাৰঘৰীয়া ― আৰক্ষী চকীৰ মুৰব্বী: অভিনয় কৰিছে প্ৰীতম বৰুৱাই।
- কে.কে. (কৃষ্ণ কমল) খাটনিয়াৰ ― এজন আৰক্ষী: অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মাই।
- মণি ― কে.কে. খাটনিয়াৰৰ পত্নী: অভিনয় কৰিছে পাপৰি বৰাই।
- চিআইডি মোহন: অভিনয় কৰিছে দিপজ্যোতি কেওঁটে।
- কমল ― এজন হাবিলদাৰ।
- বিউটী বাইলুং: অভিনয় কৰিছে চুমকী কছাৰীয়ে।
- সুস্মিতা সেন: অভিনয় কৰিছে পাৰবিন চুলতানাই।
- মুকুতা ― মণিৰ ককায়েক: অভিনয় কৰিছে অশ্বিনী ডেকাই।
- বসুমতাৰী-দা ― এজন আৰক্ষী।
- ৰাকেশ: অভিনয় কৰিছে ৰিন্তু বৰাই।
- নেহা ― বিউটীৰ ভনীয়েক।
- ইংৰাজী শিক্ষয়িত্ৰী: অভিনয় কৰিছে শ্ৰাৱন্তী শৰ্মাই।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Rengoni TV Official website, premium Assamese entertainment TV channel of North East India, Assam.". rengonitv.com. Archived from the original on 6 July 2019. https://web.archive.org/web/20190706064138/http://rengonitv.com/schedule_page.asp?UploadID=4। আহৰণ কৰা হৈছে: 15 July 2019.
- ↑ "Beharbari Outpost". http://www.imdb.com/title/tt8523160/। আহৰণ কৰা হৈছে: 15 July 2019.