ভাৰত ৰত্ন প্ৰাপক অসমীয়াৰ তালিকা
অসম সম্পৰ্কীয় তালিকা
(ভাৰত ৰত্ন অসমীয়াৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰত ৰত্ন (হিন্দী: भारत रत्न) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।[1] ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[2]
তালিকা
সম্পাদনা কৰক# | চন | ব্যক্তিৰ নাম | আলোকচিত্ৰ | অৱদানৰ ক্ষেত্ৰ |
---|---|---|---|---|
১ | ১৯৯৯ | গোপীনাথ বৰদলৈ | প্ৰশাসনিক সেৱা | |
২ | ২০১৯ | ভূপেন হাজৰিকা | কলা |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Pylee, Moolamattom Varkey (1971). The Constitution of India. প্ৰকাশক New Delhi: S. Chand & Company Ltd.. পৃষ্ঠা. 114. ISBN 978-81-219-2203-6.
- ↑ Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃষ্ঠা. 9.