ভাৰত ৰত্ন প্ৰাপক অসমীয়াৰ তালিকা

অসম সম্পৰ্কীয় তালিকা

ভাৰত ৰত্ন (হিন্দী: भारत रत्न) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।[1] ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[2]

# চন ব্যক্তিৰ নাম আলোকচিত্ৰ অৱদানৰ ক্ষেত্ৰ
১৯৯৯ গোপীনাথ বৰদলৈ
 
প্ৰশাসনিক সেৱা
২০১৯ ভূপেন হাজৰিকা
 
কলা

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Pylee, Moolamattom Varkey (1971). The Constitution of India. প্ৰকাশক New Delhi: S. Chand & Company Ltd.. পৃষ্ঠা. 114. ISBN 978-81-219-2203-6. 
  2. Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃষ্ঠা. 9.